News Daily Axom

News Daily Axom News Daily Axom is Created by PEOPLE's SELF DEPEND FORUM (NGO) Guwahati, Assam, INDIA

09/07/2025

ওদালগুৰিত বিজেপিৰ কাৰ্যকৰ্তা সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাংবাদিক সম্বোধন
#সম্পাদকীয়

09/07/2025

#সম্পাদকীয়
প্ৰিয় অসমবাসী ৰাইজ,
নমস্কাৰ🙏
*News Daily Axom* নামেৰে এই ডিজিটেল নিউজ চেনেলটো আৰম্ভ কৰা হৈছে অসম তথা ভাৰতৰ ৰাইজৰ সেৱাৰ্থে। এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে ৰাইজৰ বাতৰি ৰাইজৰ মাজত প্ৰচাৰ কৰাত আগভাগ লৈ বাতৰি সম্প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব উক্ত চেনেল যোগে। তথাকথিত গ্লেমাৰ সমৃদ্ধ বাতৰি পৰিবেশনৰ পৰিবৰ্তে অনগ্ৰসৰ অঞ্চলৰ তৃণমূল পৰ্যায়ৰ সমাজ জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ সংবাদ জগতত এক নতুন ৰূপ দিবলৈ কৰা প্ৰচেষ্টাটোৰ নাম *News Daily Axom*

অসমীয়া ভাষাৰ লগতে অসমত প্ৰথম বাৰৰ বাবে *কোছ-ৰাজবংশী* ভাষাত বাতৰি প্ৰচাৰ কৰা হ'ব *News Daily Axom "যোগে।

মুঠতে এক ব্যতিক্ৰমী চিন্তাৰে টিভি, বাতৰি কাকতে নিদিয়া খবৰৰ সমাহাৰেৰে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে আগবাঢ়ি যাব *News Daily Axom*

ৰাইজৰ আশীৰ্বাদ, সহযোগিতা আৰু পৰামৰ্শ সদায়ে আমাৰ কাম্য🙏

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when News Daily Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share