Khabor Live

Khabor Live খবৰৰ মাজত হেৰাই যোৱা খবৰবোৰ আপোনাক দি?

♂ধেমাজিত প্ৰণালীগত সাৰ বিক্ৰী প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভণি♂ শুকুৰবাৰে ধেমাজি জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্য...
01/08/2026

♂ধেমাজিত প্ৰণালীগত সাৰ বিক্ৰী প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভণি

♂ শুকুৰবাৰে ধেমাজি জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰণালীগত সাৰ বিক্ৰী প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে অতিৰিক্ত জিলা আয়ুক্ত মনালী ৰজকে। এতিয়াৰে পৰা কৃষকে ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ- "Framework for Fertilizer Sale" নামৰ মোবাইল এপৰ জৰিয়তে আবেদন কৰিব লাগিব। আৰু নিজৰ খেতি মাটিত প্ৰয়োজন অনুসৰি কিমান পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব সেইয়া মোবাইল এপে নিজে নিৰোপণ কৰিব আৰু সেই অনুসৰি সাৰ ক্ৰয় কৰিব পাৰিব। অনুষ্ঠানত কৃষি বিভাগৰ হৈ উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, সহকাৰী কৃষি সঞ্চালক বদন লাহন, জিলা কৃষি তথ্য বিষয়া দেবমনি হাজৰিকা, মহকুমা কৃষি বিষয়া হৰেন বৰা আৰু জিলাখনৰ কেইবাটাও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াসহ বিভাগৰ বহুকেইগৰাকী বিষয়া- কৰ্মচাৰী। আজিৰ এই অনুষ্ঠানত ধেমাজিৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী কৃষকৰ লগতে বহু সংখ্যক সাৰৰ খুচুৰা বিক্রেতা প্ৰতিষ্ঠানৰ সত্বাধিকাৰীয়ে অংশগ্ৰহণ কৰে।

Himanta Biswa Sarma CMO Assam MyGov Assam Directorate of Information and Public Relations, Assam District Administration, Dhemaji Pradan Baruah

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ  প্ৰধানৰ পদত্যাগ।
25/07/2026

শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ।

বিশ্বকাপৰ ট্ৰফী লৈ মাদ্রিদত প্ৰৱেশ কৰাৰ লগে লগে প্ৰায় ২০ লক্ষধিক স্পেনিছ জনতাই এইদৰে আদৰিলে ৰ'দ্রীৰ দলক...!🇪🇸🥳 Some 2 mi...
21/07/2026

বিশ্বকাপৰ ট্ৰফী লৈ মাদ্রিদত প্ৰৱেশ কৰাৰ লগে লগে প্ৰায় ২০ লক্ষধিক স্পেনিছ জনতাই এইদৰে আদৰিলে ৰ'দ্রীৰ দলক...!

🇪🇸🥳 Some 2 million people poured into the streets of Madrid to celebrate new World Cup champions Spain.

🇪🇸বিশ্বকাপৰ ট্ৰফী হাতত লৈ খেলুৱৈ সকলৰ সৈতে বিশ্বকাপ জয়ৰ উদযাপন স্পেইনৰ ৰজা ষষ্ঠ ফিলিপ আৰু তেওঁৰ দুই কন্যাৰ🏆
20/07/2026

🇪🇸বিশ্বকাপৰ ট্ৰফী হাতত লৈ খেলুৱৈ সকলৰ সৈতে বিশ্বকাপ জয়ৰ উদযাপন স্পেইনৰ ৰজা ষষ্ঠ ফিলিপ আৰু তেওঁৰ দুই কন্যাৰ🏆

১৬ বছৰৰ পাছত বিশ্বকাপৰ খিতাপ দখল স্পেইনৰ
19/07/2026

১৬ বছৰৰ পাছত বিশ্বকাপৰ খিতাপ দখল স্পেইনৰ

ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ দখল স্পেইনৰ। ফাইনেলত আৰ্জেণ্টিনাক ১-০ গ'লত পৰাস্ত কৰিলে স্পেইনে। ১০৬ মিনিটত ফেৰাণ টৰেছৰ গলেৰে ...
19/07/2026

ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ দখল স্পেইনৰ। ফাইনেলত আৰ্জেণ্টিনাক ১-০ গ'লত পৰাস্ত কৰিলে স্পেইনে। ১০৬ মিনিটত ফেৰাণ টৰেছৰ গলেৰে বিজয়ী হ'ল স্পেইন।

19/07/2026

স্পেইনৰ ১ গ'ল আৰ্জেন্টিনাক।

♂ আৰম্ভ ফুটবলৰ মহাৰণ♂ স্পেইন - আৰ্জেন্টিনাৰ মহাৰণ চাবলৈ সাজু কোটি কোটি বিশ্বৰ অনুৰাগী
19/07/2026

♂ আৰম্ভ ফুটবলৰ মহাৰণ
♂ স্পেইন - আৰ্জেন্টিনাৰ মহাৰণ চাবলৈ সাজু কোটি কোটি বিশ্বৰ অনুৰাগী

♂ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান
14/07/2026

♂ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

📌 যোৰহাটৰ ৰৰৈয়া বিমান ঘাটিত বিমান দুৰ্ঘটনাত নিহত ২ পাইলটসহ ৫জন📌নিহত- স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং,  ফ্লাইট লেফটেনেণ্ট শ...
13/06/2026

📌 যোৰহাটৰ ৰৰৈয়া বিমান ঘাটিত বিমান দুৰ্ঘটনাত নিহত ২ পাইলটসহ ৫জন
📌নিহত- স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জীতেন্দ্ৰ সিং, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলম

Address

Kahilipara Road
Dispur
781019

Alerts

Be the first to know and let us send you an email when Khabor Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khabor Live:

Shortcuts

Share

Category