SocioMedia

SocioMedia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SocioMedia, Media/News Company, Beltola, Opp Sankardev Netralaya, Dispur.

Enjoying Shri Raghupati....
19/06/2023

Enjoying Shri Raghupati....

24/03/2021

সৰ্বসাধাৰণ ৰাইজৰ সৰ্বানন্দ

05/05/2018
 ৭ নতুন মন্ত্ৰীৰ সম্ভাৱনীয় দপ্তৰসমূহতপন গগৈলৈ শক্তি বিভাগ, অসম চুক্তিৰ দায়িত্ব!পীযূষ হাজৰিকাক মীন বিভাগৰ দায়িত্বশিক্ষা ব...
26/04/2018


৭ নতুন মন্ত্ৰীৰ সম্ভাৱনীয় দপ্তৰসমূহ

তপন গগৈলৈ শক্তি বিভাগ, অসম চুক্তিৰ দায়িত্ব!

পীযূষ হাজৰিকাক মীন বিভাগৰ দায়িত্ব

শিক্ষা বিভাগৰ দুজনকৈ ৰাজ্যিক মন্ত্ৰী থাকিব

সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ উচ্চ, কাৰিকৰী শিক্ষা বিভাগ

অন্যান্য শিক্ষা বিভাগ হিমন্ত বিশ্বৰ হাততে থাকিব

চন্দন ব্ৰহ্মক পৰিবহণ, জল পৰিবহণৰ দায়িত্ব

ফণীভূষণ চৌধুৰীলৈ জলসিঞ্চন বিভাগৰ দায়িত্ব!

ছুম ৰংহাঙলৈ পাৰ্বত্য অঞ্চল উন্নয়নৰ দায়িত্ব

ভৱেশ কলিতাক আবকাৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা

আজি শপত গ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টি,অসম গণ পৰিষদ আৰুবড়ো পিপলছ্ ফ্ৰ'ন্টৰ আটাইকেইগৰাকী মাননীয় মন্ত্ৰীলৈ আন্তৰিক শুভেচ্ছা ...
26/04/2018

আজি শপত গ্ৰহণ কৰা
ভাৰতীয় জনতা পাৰ্টি,
অসম গণ পৰিষদ আৰু
বড়ো পিপলছ্ ফ্ৰ'ন্টৰ
আটাইকেইগৰাকী মাননীয় মন্ত্ৰীলৈ
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ

Address

Beltola, Opp Sankardev Netralaya
Dispur
781028

Website

Alerts

Be the first to know and let us send you an email when SocioMedia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SocioMedia:

Share