Tutumoni borah

Tutumoni borah All of life comes to me with ease joy and glory

 অসম এতিয়া সাৰে আছে সাৰে আছো আমি আমি সচেতন কেতিয়াও নাপাহৰোঁ কেতিয়াও নাভাগৰো   আমাক ন্যায় লাগে We want justice
15/10/2025


অসম এতিয়া সাৰে আছে সাৰে আছো আমি আমি সচেতন কেতিয়াও নাপাহৰোঁ কেতিয়াও নাভাগৰো আমাক ন্যায় লাগে We want justice

15/10/2025

আমি ভাগি নপৰো আমাক ন্যায় লাগিবই

15/10/2025

চাপৰ চেন্দেল এজোৰ পিন্ধি ৰেম্প ৱাক কৰিব নোৱাৰি নেকি বাৰু ইমান বেয়াকে পৰে দেখি বেয়াও লাগে কিন্তু😰

ৰাইজ কি খবৰ আজি বহুদিনৰ মূৰত ভূমুকি মাৰিলোহি দেই😝
15/10/2025

ৰাইজ কি খবৰ আজি বহুদিনৰ মূৰত ভূমুকি মাৰিলোহি দেই😝




এইয়া আছিল আমাৰ জুবিনদা❤️
03/10/2025

এইয়া আছিল আমাৰ জুবিনদা❤️

যি তি
11/09/2025

যি তি

কৰবাত যাবলৈ উলোৱাৰ সময়ত পিং বিচাৰি নোপোৱাৰ বেমাৰ কাৰ কাৰ আছে ৰাইজ জনাবচোন😂
11/09/2025

কৰবাত যাবলৈ উলোৱাৰ সময়ত পিং বিচাৰি নোপোৱাৰ বেমাৰ কাৰ কাৰ আছে ৰাইজ জনাবচোন😂



10/09/2025

yesterday 9-9-2025
999 portal at Ram mandir




04/09/2025

তেৰ মাহো কমপ্লিট হোৱা নাই তাৰ কাণ্ডবোৰ দুইবছৰীয়া লৰাৰ দৰে কি কৰিছে চাৱকচোন তাৰ খোজেই ইপিনে থৰক বৰক😍




03/09/2025

বায়েকৰ বাৰ্থদে দুয়োটাই দুয়োপাৰে বহীলৈ কেক কটাত লাগিছে আমাৰ ছোৱালীজনীৰ কুশল মংগল হবলৈ একাজলি আৰ্শীবাদ দি আহিলোঁ
😊


Address

Tinsukia
Doom-Dooma

Website

Alerts

Be the first to know and let us send you an email when Tutumoni borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share