ফিল’বাৰী LIVE

ফিল’বাৰী LIVE NEWS
(1)

30/10/2025

🛑 সস্তাতে পাই অৰুণাচলৰ দীঘল-দীঘল পাত আপোনালোকে মনে-মনে ল’লে নহ’ব ৷
🛑 কেঁচা চাহৰ মানদণ্ড অৰ্থাৎ শতকৰা পৰীক্ষা কৰা ফেক্টৰীৰ ব্যক্তিজন অভিজ্ঞ তথা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব ৷ বিষাক্ত কেইজনমান মানুহে অসমীয়া চাহ বদনামী কৰিছে ৷
🛑 জেল আপোনাকে যাব লাগিব, আমি নহ’য়, কাৰণ নীতি-নিয়ম উলংঘন আপোনালোকে কৰিছে ৷ আমি কোনো আন্দোলনকাৰী নহ’য়, আমি খেতিয়ক হ’য় ৷
- ফেক্টৰীত গৈ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ স্পষ্ট কথা ৷

আচলতে কিমান দাম কেঁচা চাহৰ ? ? ? ? সুধিবলৈ গৈ বিপদত পৰিল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়-ববীয়া ৷
30/10/2025

আচলতে কিমান দাম কেঁচা চাহৰ ? ? ? ?
সুধিবলৈ গৈ বিপদত পৰিল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়-ববীয়া ৷

ফিল’বাৰী অঞ্চলৰ এগৰাকী বলীষ্ঠ তথা অগ্ৰণী  যুৱ নেতা শশাংকৰ শইকীয়াক BJPৰ ৰঙাজান-গাভৰুভেটি মণ্ডল যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব...
29/10/2025

ফিল’বাৰী অঞ্চলৰ এগৰাকী বলীষ্ঠ তথা অগ্ৰণী যুৱ নেতা শশাংকৰ শইকীয়াক BJPৰ ৰঙাজান-গাভৰুভেটি মণ্ডল যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব ৷

27/10/2025

ছট পূজা ৷ বিজুলীবন, ফিল’বাৰী ৷

27/10/2025

বিজুলীবনত ছট পূজা ৷ উৎসৱমুখৰ পৰিৱেশ

চাহ বৰ্ডৰ নিষ্ক্ৰিয়তা, ফেক্টৰী কৰ্তৃপক্ষৰ মইমতালি তথা  চৰকাৰৰ শূন্য ভূমিকাৰ বাবেই উজনিত সেউজীয়া সোণৰ ভৱিষ্যত অন্ধকাৰ হৈ ...
27/10/2025

চাহ বৰ্ডৰ নিষ্ক্ৰিয়তা, ফেক্টৰী কৰ্তৃপক্ষৰ মইমতালি তথা চৰকাৰৰ শূন্য ভূমিকাৰ বাবেই উজনিত সেউজীয়া সোণৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিল ৷

সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত ৰাজ‍্যিক বিজ্ঞান সমাৰোহ-“আবিষ্কাৰ আৰু উদ্ভাৱন”, অসম বিজ...
26/10/2025

সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত ৰাজ‍্যিক বিজ্ঞান সমাৰোহ-“আবিষ্কাৰ আৰু উদ্ভাৱন”, অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিবেশ পৰিষদ(ASTEC) ৰ সহযোগত শিল্পগ্ৰামত ২৫/১০/২৫ তাৰিখে অনুষ্ঠিত বিজ্ঞান প্ৰকল্প প্ৰতিযোগিতাত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ পৰা অংশ লৈ ফিল’বাৰী মইনা পাৰিজাতৰ মইনা দলটিয়ে তৃতীয় স্থান দখল কৰিছে।
দলটিৰ দলপতি তুনাভ সৌব গোস্বামী আৰু সহযোগী দিবাংশী বুঢ়াগোহাঁই আৰু দলটিত তত্বাবধায়ক আছিল কঙ্কনজ‍্যোতি গোস্বামী। দলটিৰ বিষয় আছিল “থেবৌ গছৰ ফলৰ বাকলিৰ পৰা চাহ গছৰ হেল’পেলটিচ মহ নিবাৰন কাৰী কীটনাশক প্ৰস্তুত"।

26/10/2025
🛑 ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি ৰাজনৈতিক দ’লত অংশ গ্ৰহণৰ ইংগিত ৷ 🛑দীপাংকৰৰ পদত্যাগ
25/10/2025

🛑 ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি ৰাজনৈতিক দ’লত অংশ গ্ৰহণৰ ইংগিত ৷
🛑দীপাংকৰৰ পদত্যাগ

ফিল’বাৰীৰ নামঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত এগৰাকী অন্যতম সেৱক ৰামদেউ প্ৰসাদ আৰু নাই
23/10/2025

ফিল’বাৰীৰ নামঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত এগৰাকী অন্যতম সেৱক ৰামদেউ প্ৰসাদ আৰু নাই

19/10/2025

অসম মালাৰ পথ নিৰ্মান হবগৈ নে ?

ডিৰাক-সোণজানৰ পৰা ৰহবাৰী-বিজুলীবনলৈকে ২৮ কিলোমিটাৰ পথ নিৰ্মাণত চূড়ান্ত লেহেমীয়া।

BIPL ঠিকাদাৰী প্ৰতিষ্ঠানে মাধমাৰ সোধাইছে গাঁৱৰ নিৱনুৱাক

ঠিকাদাৰ বিজয় শৰ্মাৰ তলি উদং ?

গভীৰ নিদ্ৰাত মগ্ন লোক নিৰ্মাণ বিভাগ

মাহ-বছৰ চেৰেক পোৱা নাই সাধাৰণ সামগ্ৰী যোগনিয়াসকলে বিল।

আগন্তুক পাঁচ দিনত বিল নিদিলে চলিত অক্টোৱৰ মাহৰ ভিতৰত মহঙস্থিত কেম্পত থকা সকলো সামগ্ৰী বাজেয়াপ্ত কৰাৰ সকিয়নী।

Address

Doom-Dooma
786160

Telephone

+919954473137

Website

Alerts

Be the first to know and let us send you an email when ফিল’বাৰী LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ফিল’বাৰী LIVE:

Share