Deodhai assom

Deodhai assom সহযোগ কৰিব সহযোগ পাৱ নিশ্চয় আহক আমি সকলোৱে মিলি অলপ আগুৱাই যাবলৈ চেষ্টা কৰো
(13)

কাৰ কাৰ পছন্দ হৈছে, পিন্ধি ভাল লাগিব নে বাৰু 😔
23/08/2026

কাৰ কাৰ পছন্দ হৈছে, পিন্ধি ভাল লাগিব নে বাৰু 😔

👉যাক ভাল পোৱা যায় কিন্তু কেতিয়াও পাহৰিব নোৱাৰি, কাৰণ ভাল পোৱা এটা অনুভৱ নহয় এই টো অভ্যাসত পৰিণত হয় , তেওঁ সৈতে কথা প...
23/08/2026

👉যাক ভাল পোৱা যায় কিন্তু কেতিয়াও পাহৰিব নোৱাৰি, কাৰণ ভাল পোৱা এটা অনুভৱ নহয় এই টো অভ্যাসত পৰিণত হয় , তেওঁ সৈতে কথা পতা,খবৰ লোৱা, এনে সৰু সৰু মূহুৰ্তৰবোৰ বাৰে বাৰে মনত পৰে, সেয়ে মানুহে বিচাৰিলেও পাহৰিব নোৱাৰি 💯👈👍💞

22/08/2026

কৰ্মফল প্ৰতিজন মানুহেই পাৱ💯🙏

এঁও দৰে দ্বিতীয়জন কোনোবা ওলাৱ নে ?
22/08/2026

এঁও দৰে দ্বিতীয়জন কোনোবা ওলাৱ নে ?

With প্ৰিয়ংকা অসম – I'm on a streak! I've been a top fan for 3 months in a row. 🎉
22/08/2026

With প্ৰিয়ংকা অসম – I'm on a streak! I've been a top fan for 3 months in a row. 🎉

দুপৰীয়াৰ চৰা ৰ’দৰ পিছত এই শান্ত আবেলিটো যেন এক নতুন আশাৰ প্ৰতীক। আবেলিয়ে শিকাই যায় যে যিমানেই কঠিন দিন নহওক কিয়, শেষত এখ...
22/08/2026

দুপৰীয়াৰ চৰা ৰ’দৰ পিছত এই শান্ত আবেলিটো যেন এক নতুন আশাৰ প্ৰতীক। আবেলিয়ে শিকাই যায় যে যিমানেই কঠিন দিন নহওক কিয়, শেষত এখন স্নিগ্ধ আৰু ধুনীয়া আকাশ সদায় আমাৰ বাবে ৰৈ থাকে😍😍😍👍

Good morning everyone 🌞
22/08/2026

Good morning everyone 🌞

👉যদি কেতিয়াবা আপোনাৰ চকুত পানী আহে, তেন্তে নিজেই মচি লৱ, কাৰণ আনে মচি দিলে হয়তো তেওঁ ওচৰত ঋণী হৈ ৰহা😴🥺
21/08/2026

👉যদি কেতিয়াবা আপোনাৰ চকুত পানী আহে, তেন্তে নিজেই মচি লৱ, কাৰণ আনে মচি দিলে হয়তো তেওঁ ওচৰত ঋণী হৈ ৰহা😴🥺

Address

Dibrugarh
Duliajan
786602

Telephone

+919401905766

Website

Alerts

Be the first to know and let us send you an email when Deodhai assom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Deodhai assom:

Shortcuts

Share