Tengakhat Live

Tengakhat Live টেঙাখাত Live ত যিকোনো বা-বাতৰি ব্যৱসায়, কোম্পানী আদিৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে যোগাযোগ কৰক ফোন নং-9613220489
(2)

25/07/2025

টেঙাখাতৰ কনমানি আদিল আলিৰ সাফল্য ৷ ২০২৫ চনৰ কাৰেং বটা লাভ ৷

Tengakhat Live
24/07/2025

Tengakhat Live

23/07/2025

টেঙাখাত পিঠু নগৰৰ উন্মুক্ত পুখুৰীত তিনি গৰাকী কিশোৰ কিশোৰীৰ সলিল সমাধি ঘটাৰ পিছত উক্ত পুখুৰীৰ পাৰ ঘেৰাও অথৱা পুতি পেলোৱাৰ লগতে পৰিয়াল বৰ্গক এককালীন সাহাৰ্য্য প্ৰদানৰ বাবে টেঙাখাত ৰাজহ চক্ৰ বিষয়াক টেঙাখাত আট্‌ছাৰ স্মাৰক পত্ৰ প্ৰদান।

23/07/2025

পানীত পৰি সলিল সমাধি ঘটা তিনি কিশোৰ কিশোৰী প্ৰতি শ্ৰদ্ধাজ্ঞলী জ্ঞাপন টেঙাখাত এজেৱাইচিপিৰ।

21/07/2025

OASIS GROUP নামৰ সুৰা কোম্পানীৰ ALL SEASONS নামৰ সুৰা বতল ঐতিহাসিক ৰংঘৰৰ প‌্ৰতিচ্ছবি সম্বলিত বিজ্ঞাপন ৰূপত ব্যৱহাৰ কৰাৰ বাবে টেঙাখাত টাই আহোম যুৱ পৰিষদ, অসম আঞ্চলিক সমিতিৰ উদ্যোগত টেঙাখাত আৰক্ষী থানাত এজাহাৰ দাখিল।

20/07/2025

কৃতীমান ছাত্ৰছাত্ৰী তথা বিশিষ্ট ব্যক্তিক অভিনন্দন জ্ঞাপন টেঙাখাত আগ্‌ছুৰ ৷

19/07/2025

টেঙাখাত পিঠু নগৰত অঘটন ৷দূৰ্ভাগ্যজনক ভাৱে দ পুখুৰীৰ পানীত পৰি তিনি ছাত্ৰ -ছাত্ৰীৰ সলিল সমাধি ৷

15/07/2025

অসম গ্ৰামীণ বিকাশ বেংক,টেঙাখাত শাখাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ।

14/07/2025

ক্ৰীড়া পেঞ্চনাৰ সুভাষ চেতিয়াৰ নৱতম গ্ৰন্থ “ মাইহাং মদিৰা ” উন্মোচন।

14/07/2025

টেঙাখাত ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পৰ সন্মুখত দুখন চাৰি চকীয়া বেলেন’ বাহনৰ মাজত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷

Address

Duliajan

Telephone

+919613220489

Website

Alerts

Be the first to know and let us send you an email when Tengakhat Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tengakhat Live:

Share