Duliajan online Radio DBConline

Duliajan online Radio DBConline Duliajan Online Radio
Duliajan Broadcasting Center
an online radio service to promote the socio-cul

এটি বনগীতচাকৈ চকুৱাhttps://youtu.be/LIkCxj68WD4?si=Crem_cB5KkDPuVmx
17/02/2026

এটি বনগীত
চাকৈ চকুৱা
https://youtu.be/LIkCxj68WD4?si=Crem_cB5KkDPuVmx

SAKOI SOKUAan assamese BongeetLyrics: Jiten BorahMusic: Alin MechVocal: Alin MechBack Vocal: SumonRecorded by SumonMixing, Mastering: Alin MechStudio: Melodi...

TAJMAHAL BISHNU PRASAD RABHA
02/11/2024

TAJMAHAL BISHNU PRASAD RABHA

TAZMAHAL puwati nixar azzan তাজমহল পুৱতি নিশাৰ আজানSinger MechLyrics Prasad RabhaTuned by Prasad Rabha

আপোনাৰ জ্ঞাতাৰ্থে জনাবলৈ পাই সুখী হৈছোঁ যে দুলিয়াজান অনলাইন ৰেডিঅ'ৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখ...
30/10/2022

আপোনাৰ জ্ঞাতাৰ্থে জনাবলৈ পাই সুখী হৈছোঁ যে দুলিয়াজান অনলাইন ৰেডিঅ'ৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানটিৰ কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। এই নিয়মসমূহৰ ভিতৰত উল্লেখিত ধৰণেৰে অনুষ্ঠানটিত যোগদান কৰিবলৈ সম্পাদনা সমিতিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।

Duliajan Online Radio * দুলীয়াজান অনলাইন ৰেডিঅ'

https://www.facebook.com/duliajanonlineradio

24/10/2022
অৰ্দ্ধাকাশ # # হাৰিকেন গাৰ্লচৰ কণ্ঠশিল্পী মামনিৰ সৈতে এটি সাক্ষাৎগ্ৰহন
19/05/2022

অৰ্দ্ধাকাশ # # হাৰিকেন গাৰ্লচৰ কণ্ঠশিল্পী মামনিৰ সৈতে এটি সাক্ষাৎগ্ৰহন

aRDHAKASHHURIKEN GALS # # WITH DIPSHIKHA # Online Radio AN INTERVIEW WITH MAMONI , THE LEAD VOCALIST OF HARIKEN GALS- THE POPULAR MUSIC BAND OF ASSAM

অংকুৰণবাপেক পুতেক আৰু গাধএটি সাধুকথাআগবঢ়াইছে নিহাৰিকা গগৈয়েমূখ্য সম্পাদনা: এলিন মেছপhttps://youtu.be/M5y2MBeG3Iফ
21/04/2022

অংকুৰণ
বাপেক পুতেক আৰু গাধ
এটি সাধুকথা
আগবঢ়াইছে নিহাৰিকা গগৈয়ে
মূখ্য সম্পাদনা: এলিন মেছ
https://youtu.be/M5y2MBeG3Iফ

পবিত্ৰ ৰঙৰ উৎসৱ উপলক্ষে ৰাইজলৈ শুভকামনাৰে
18/03/2022

পবিত্ৰ ৰঙৰ উৎসৱ উপলক্ষে ৰাইজলৈ শুভকামনাৰে

a prog on festival of colours HoLiArtist: Papo, JitendraCredited links:Phagun Porise by Papon:https://www.youtube.com/watch?v=G-Hu2O7pWIYGakulo Maje by Papon...

অংকুৰণ **সাধু-কথাৰ কুঁকি**শিশুসকলৰ বিশেষ অনুষ্ঠান আজিৰ সাধু: বাপেক পুতেক আৰু গাধ
27/01/2022

অংকুৰণ **সাধু-কথাৰ কুঁকি**
শিশুসকলৰ বিশেষ অনুষ্ঠান
আজিৰ সাধু:
বাপেক পুতেক আৰু গাধ

আজিৰ ''বিবিধা''ৰ অতিথি:মণিমানিক গগৈএসময়ৰ সহস্ত্ৰ সংগ্ৰামী,এতিয়া সেউজ সংগ্ৰামৰ মাজেৰে জনসমাজৰ সেৱা আগবঢাই অহা বিশিষ্ট সমা...
25/12/2021

আজিৰ ''বিবিধা''ৰ অতিথি:
মণিমানিক গগৈ
এসময়ৰ সহস্ত্ৰ সংগ্ৰামী,
এতিয়া সেউজ সংগ্ৰামৰ মাজেৰে জনসমাজৰ সেৱা আগবঢাই অহা বিশিষ্ট সমাজকৰ্মী
https://youtu.be/38kfN15i-Mল

BibidhaA program of Duliajan Online Radio(an exclusive Interview with Moni Manik Gogoi by Rinkumoni Phukan Dutta)

Address

Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Duliajan online Radio DBConline posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Duliajan online Radio DBConline:

Share

Category