Jadumoni gogoi

Jadumoni gogoi আপোনালোকে মোৰ video post বিলাক চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব আৰু ভালকৈ দিব বিচাৰিম আৰু support কৰিব

ৰাতিপুৱা চাহৰ    লগত জুতি
30/11/2024

ৰাতিপুৱা চাহৰ লগত জুতি

28/11/2024

চেষ্টা অব্যাহত থাকিব ⭐

16/11/2024

ৰাতিপুৱা পোহৰ হয়, সন্ধিয়া আন্ধাৰ হয়, দুপৰীয়া কি হয়,😆😆😆

07/11/2024

Facebook সকলোৰে বাবে এটা Dream হৈ পৰিছে Good Night

06/11/2024

তোমাৰ অনুমতিৰ
অবিহনেই
তোমাৰ অনুভৱ হিয়াত
মই মুক্ত ভাবে বিচৰন
কৰিব পাৰো...
মিছ অনিন্দিতা চৌধাৰী।
নালাগে দিব তুমি
উন্মুক্ত হৃদয়ৰ
কৰি দুৱাৰ মুকলি।
নালাগে কৰ আহি
মোৰ হৃদয়ত দলিচাত
তোমাৰ মৰমৰ একাজলি
বাকি দিয়া অঞ্জলি। ধন্যবাদ বন্ধু সকল

01/11/2024

সময় নাথাকে ৰৈ , সময়ৰ গতি কোনোৱেই ধৰি ৰাখিব নোৱাৰে। ।যদি সময়ত সময়ৰ কাম বিলাক কৰা নহয়। তেতিয়া সেই কাম সময়ৰ লগত গুছি যায়, গতিকে সময় এটা বহুত গুৰুত্বপূৰ্ণ 🙏🙏

26/10/2024

মোৰ ফেচবুক বন্ধুৰ কালিলৈ কাম-কাৰ exam আছে সকলো লৈ মোৰ ফালৰ পৰা best of luck best of luck দিলো দেই

26/10/2024

সু-প্ৰভাত আজি দিনটো সকলোৰে মধুৰ হওঁক তাৰেই কামনাৰে মো

25/10/2024

Manabhum # #পিছ ফালৰ গাওঁ লৈ বুলি # #ৰাস্তা দুৰ - অৱস্থা🙏🙏🙏

Address

Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Jadumoni gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share