dipsikha Borah

dipsikha Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from dipsikha Borah, Digital creator, duliajan, Duliajan.

https://www.youtube.com/
https://www.instagram.com/miss_dipsikha_21?igsh=cmUwcGVzZHp2YWZ5
গাঁৱলীয়া ছোৱালী🧚
profile টো চালেই যেতিয়া মুখত এটা মিছিকিয়া হাঁহি লৈ follow এটা কৰি ধুনীয়াকৈ লাইক আৰু কমেণ্ট এটা কৰি যাব দেই 🙏

   Shout out to my newest followers! Excited to have you onboard! Kushal Saikia, Nikita Hitesh Das, Mouchumi Saikia, Ata...
29/10/2025

Shout out to my newest followers! Excited to have you onboard! Kushal Saikia, Nikita Hitesh Das, Mouchumi Saikia, Ataur Rahman, Pranab Jyoti Gogoi, Jun Mahanta, Ritika Gogoi Saikia, Pranjal Bora, Avhijit Nath, Kanak Roy, Ajay Urang, Dimpy Dutta Sonowal, Ajmal Ajmal, Gubinda Chutia G, Bubul Islam, BOb BiTu NEw, Mallika Gayari, Bichitra Maina Nath, Biswajit Urang Assam, Junali Gogoi Boruah, Asmita Kalita, Pranamika Deka Gogoi, Jayas Bora, Saidul Hoque, Anju Tunjangpi, Raja Pegu, Pujasri Pinku Baishya, Tunu Barua, Rina Bora Borgohain, Barnali Rabha, Bhimlal Barman, Bishmita Bishmita, Md Shaj Uddin, Pori Gohain Gogoi, Abu Bakkar Siddique, Minu Sangma, Subath Basumatary, Soonmaina Saikia, Tulumoni Gogoi, Mayashree Sonowal Mayashree Sonowal, Raja Ram Sharma, Satyajit Saikia, Nursalam Ali, Pompi Ray, Jeherul Islam, Makardhwaj Sharma, Anupam Ray, Ramkumar Bansal, Tulan Saikia, Bobita Bora

কিমান আৰু লোকৰ বাবে চিলাই থাকিম নিজৰ বাবেও এটা চিলাই লওঁ বুলি ভাবিলোঁ 😊🤗Cutting & sitting ✂️🪡🧵                 ゚
28/10/2025

কিমান আৰু লোকৰ বাবে চিলাই থাকিম নিজৰ বাবেও এটা চিলাই লওঁ বুলি ভাবিলোঁ 😊🤗
Cutting & sitting ✂️🪡🧵



New customize 💝 Cutting & sitting 🪡✂️🧵          ゚
28/10/2025

New customize 💝
Cutting & sitting 🪡✂️🧵


সাজিলে কাচিলে বান্দৰিকো সুন্দৰী লাগে হয় নে ৰাইজ 😊🪡🧶আলু বস্তাত নতুন এটা ডিজাইন দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে বাৰু 🤔...
26/10/2025

সাজিলে কাচিলে বান্দৰিকো সুন্দৰী লাগে হয় নে ৰাইজ 😊🪡🧶
আলু বস্তাত নতুন এটা ডিজাইন দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে বাৰু 🤔
পিছে সম্পূৰ্ণ হোৱা নাই দেই সূতা শেষ হল 🥹



23/10/2025


ইতিমধ্যে 3 M স্পৰ্শ কৰিলে
জয় জুবিন দা
জয় আই অসম

22/10/2025

Maitrayee Patar...✍️

গুৱাহাটীত আছোঁ। লাহে লাহে বাঢ়ি অহা ফঙ্কা-ব'মৰ শব্দ শুনি আছোঁ.. অসমীয়াই তেনেহ'লে সঁচাকৈয়ে ৰ'ব নোৱাৰিলে.. মাননীয় মুখ্যমন্ত্ৰীৰ কথাই ৰজিল তেনেহ'লে। ঘৰৰ মানুহ ঢুকালে মানুহে এবছৰলৈ শোক পালন কৰে। যি বুজিলোঁ জুবিন গাৰ্গ ঘৰৰ মানুহ বুলি ইমান দিনে এনেয়ে কৈ থকা হৈছিল। উছবৰ ইমান নিলাজ প্ৰদৰ্শন আমাৰ মনে মানি ল'ব পৰা নাই। কিয় ডাঙৰখিনিয়ে ঘৰৰ সৰুখিনিক ক'ব পৰা নাই 'এইবাৰ ব'ম ফুটাব নোৱাৰিবা, ঘৰৰ দাদাজন ঢুকাইছে'.. আৰু যিখিনিয়ে নিজেই এই কামত লিপ্ত হৈছে, তেওঁলোকক কি বুলি ক'ম?

অসমীয়া হিচাপে লাজ পাইছোঁ নে দুখ, সেইটোও নিজেই বুজিব পৰা নাই.. আমি সঁচাই মেৰুদণ্ড হেৰুওৱা নির্বোধ জাতি এটা হৈ পৰিছোঁ.. হয়তো কোনো চৰকাৰ, কোনো শাসন তন্ত্রক হেঁচা দিবলৈ আমাৰ নৈতিক অধিকাৰ প্ৰায় শেষেই হৈছে.. We are getting what we truly deserve.

Garg

22/10/2025

হয় নে নহয় ৰাইজ ??🤣😂😂



22/10/2025

Kamal Lochan.....✍️✍️

মানুহজন ঢুকুৱা এমাহ হৈছে মাত্র..

চাৰিওফালে ফটকাৰ কাণ তাল মাৰি যোৱা শব্দ.. nonsense হ'ত.. কোবাই পিঠি বহল কৰি দিব লাগে.. এইবোৰেই তহঁতৰ ন্যায় বিচৰাৰ প্ৰক্ৰিয়া ????? আৰু ফটকাৰ বেপাৰী কেইটাক কৈছো, এইবাৰ ফটকা কেইটা নেবেচিলে পেট নভৰে ??? সেইকেইটাই আকৌ justice for zubeen garg লিখে.. ৰৌ ৰৌ নৰকত পচি মৰিবি কটা নিধকহঁত..

সৰু ল'ৰা ছোৱালীৰ মাক দেউতাকক কৈছো, যদি লাজ চৰম আছে, ফটকাতকৈ বন্তি জ্বলাবলৈ শিকাব.. দিপাৱলী পোহৰৰ উৎসৱ, ফটকাৰ নহয়..

22/10/2025

মইও ৰিনিকি আমিও ৰিনিকি আহক সকলোৱে
মাটি খিনি
দখল কৰি লওঁ
😂🤣

Shout out to my newest followers! Excited to have you onboard! অৰুস্মিতা কলিতা, Arpo Boro, Dibeya Jyoti Bora
22/10/2025

Shout out to my newest followers! Excited to have you onboard! অৰুস্মিতা কলিতা, Arpo Boro, Dibeya Jyoti Bora

15/10/2025

12/10/2025

📌 যিখন মঞ্চত জাতিৰ স্পন্দন জুবিন গাৰ্গে জীৱনৰ প্ৰথমখন বিহুৰ অনুস্ঠান কৰিছিল, টিপলিং , দুলীয়াজানৰ সেই মঞ্চৰ প্ৰাঙ্গনতেই জুবিন গাৰ্গৰ পৱিত্ৰ আদ‍্যশ্ৰাদ্ধ 🙏🏻

Address

Duliajan
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when dipsikha Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to dipsikha Borah:

Share