Digital Sangbad

Digital Sangbad Local media channel
we try to all news publication

05/09/2026
সকলোলৈকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।🙏🙏
05/09/2026

সকলোলৈকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।🙏🙏

03/09/2026

📍দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ীৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা বুলি অভিযোগ উঠা আন এজন লোক আৰক্ষীৰ জালত পৰে।

📍আৰক্ষীৰ তালাচীত ৯ গ্ৰামৰো অধিক সন্দেহযুক্ত ড্ৰাগছ, নগদ ৩,০০০ টকা আৰু এটা পিষ্টল উদ্ধাৰ হৈছে।

📍আৰক্ষীৰ জালত পৰা লোক দুজন অনুজ পাতোৱাৰী , সুকৰাজ লিম্বু || ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

22/08/2026

দুলীয়াজানৰ নাওহলীয়াত 'আছা'ৰ উদ্যোগত বিশাল বাণিজ্য মেল: সুলভ মূল্যত লাভ কৰিব ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি সাজ-পোছাকলৈকে সকলো।

20/08/2026

20/08/2026

দুলীয়াজানৰ ডেইলী বজাৰত অগ্নিকাণ্ড

নাম: সন্ধিয়া চামাচিপিতৃৰ নাম: ৰমেশ চামাচিমাতৃৰ নাম: অনসূয়া চামাচিঠিকনা: টিপিলিং নাওহলীয়া গাঁও, ডিব্ৰুগড়, অসমনিখোজ হোৱা ...
20/08/2026

নাম: সন্ধিয়া চামাচি
পিতৃৰ নাম: ৰমেশ চামাচি
মাতৃৰ নাম: অনসূয়া চামাচি
ঠিকনা: টিপিলিং নাওহলীয়া গাঁও, ডিব্ৰুগড়, অসম
নিখোজ হোৱা তাৰিখ: ১৮/০৮/২০২৬
সন্ধিয়া চামাচিৰ সন্ধান পোৱা যিকোনো ব্যক্তিক অতি শীঘ্ৰে স্থানীয় আৰক্ষী বা পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ জনোৱা হৈছে। আপোনাৰ সামান্য সতৰ্কতাই এটা পৰিয়ালক সহায় কৰিব পাৰে।

19/08/2026

অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতিৰ ৰাজহুৱা শৰাই।

Address

Duliajan
786602

Alerts

Be the first to know and let us send you an email when Digital Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digital Sangbad:

Shortcuts

Share