ASSAM TV 24

ASSAM TV 24 ASSAM TV 24 ৰ তৰফৰ পৰা সমুহ দৰ্শকক স্বাগতম জনাইছো। Mojar Axom 24 ৰ তৰপৰ পৰা সমুহ অসম বাসি ৰাইজক স্বাগতম জনাইছো।
(2)

14/08/2026

লাহৰীঘাট সমজিলাৰ তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস।

12/08/2026

বৰ্তমান মৃত ৰাহুল আমিনক
ঘৰলৈ লৈ অনা হৈছে

10/08/2026

পৰকীয়া প্ৰেমৰ উজান উঠিছে এই খন অসমত
তফাজ্জুল তুমি কিয় এনকুৱা

07/08/2026

লাহৰীঘাট অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে কম্পিউটাৰ শিক্ষাৰ বাবে আৰু অসুবিধাৰ সন্মুখীন হ'ব নালাগে। এতিয়াৰে পৰা লাহৰীঘাটতে অতি কম খৰচতে কম্পিউটাৰ শিক্ষা লাভ কৰিব পাৰিব। লাহৰীঘাট ব্লকৰ সন্মূখতে শুভাৰম্ভ হ'ল উইজাড (WIZARD) কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান। শিক্ষা প্ৰতিষ্ঠানটোত DCA, ADCA, PGDCA ৰ লগতে আন বহু ডিপ্লমাৰ পাঠদান উপলব্ধ। ইচ্ছুক অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলে অধিক জানিবলৈ যোগাযোগ কৰক 7086717179 অথবা 6002774736 নম্বৰত।

05/08/2026

📌 এজন শিক্ষকৰ ভৰসাত চলিছে বিদ্যালয়, ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ পাঠদান

04/08/2026

আৰ্তজনৰ কাষত মানৱতাৰ নিদৰ্শন দেখুৱালে গোলাঘাটৰ কেইজনমান বয়োজ্যেষ্ঠই।

04/08/2026

চৰকাৰে দিয়া বান সাহায্যৰ ১৫০০০/ টকা নোপোৱাৰ বাবেই গাও প্ৰধানৰ বিৰুদ্ধে সৰৱ গাও বাসী । নিশা চৰকাৰে দিয়া বান সাহায্য ১৫০০০/ হাজাৰ বিছাৰি ৰাজ পথলৈ উলাই আহিল তিতাবৰ অগ্নী গাঁৱৰ একাংশ পুৰুষ
মহিলা ।

22/07/2026
04/07/2026

বালিডোংঙাত তিনিদিনীয়া ফুটবল মহোৎসৱ, কাইলৈ শুভ উদ্বোধন
বালিডোংঙা ফুটবল ক্লাবৰ উদ্যোগত বালিডোংঙা HAB ইটা ভাটা খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৰ্ণাঢ্য তিনিদিনীয়া ফুটবল প্ৰতিযোগিতা। অহা ৫ জুলাই (দেওবাৰ) এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হ'ব।

Address

Guwahati
Gauhati
GUWAHATIASSAM

Website

Alerts

Be the first to know and let us send you an email when ASSAM TV 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM TV 24:

Shortcuts

Share