03/09/2026
BOOKING STARTED...Group Tour Packages:
১) পুৰী, জগন্নাথ মন্দিৰ, কোনাৰ্ক সূৰ্য্য মন্দিৰ, চিল্কা হ্ৰদ, সমুদ্ৰ তীৰ (Sea beach), ভুৱনেশ্বৰ, বাকী মন্দিৰসমূহ ইত্যাদি - মুঠ ৫ ৰাতি / ৬ দিন ৰ গ্ৰুপ টুৰ ! (১ নৱেম্বৰ - ৬ নৱেম্বৰ) আৰু (২২ নৱেম্বৰ - ২৭ নৱেম্বৰ)
২) অযোধ্যা, ৰাম মন্দিৰ, ত্ৰীবেনী সংগম, গংগা আৰতি, বাৰানসী, প্ৰয়াগৰাজ, কাশী-বিশ্বনাথ, বাৰানসীত বিঙিন্ন মন্দিৰ তথা ঘাট সমূহৰ দৰ্শন, গংগা নদীৰ ওপৰত নাওঁ যাত্ৰা ইত্যাদি - মুঠ ৫ ৰাতি / ৬ দিন ৰ গ্ৰুপ টুৰ ! (১০ নৱেম্বৰ - ১৫ নৱেম্বৰ)
৩) দিল্লী, ইণ্ডিয়া গেট, তাজমহল, মথুৰা, বৃন্দাবন, লাল কিল্লা, ৰাষ্ট্ৰপতি ভৱন, হাৱা মহল, ফটেহপুৰ চিক্ৰী, আম্বেৰ ফৰ্ট, জন্তৰ-মন্তৰ, আগ্ৰা, জয়পুৰ চহৰ ইত্যাদি - মুঠ ৭ ৰাতি / ৮ দিন ৰ গ্ৰুপ টুৰ ! (২৭ নৱেম্বৰ - ৪ ডিচেম্বৰ)
৪) চিমলা, মানালী, কুল্লু, চণ্ডিগড়, অটল সেতু টানেল, চোলাং ভেলী, চিচু, ৰোজ গাৰ্ডেন ইত্যাদি - মুঠ ৮ ৰাতি / ৯ দিন ৰ গ্ৰুপ টুৰ ! (৭ ডিচেম্বৰ - ১৫ ডিচেম্বৰ)
ডিলাক্স ২ ষ্টাৰ বা ৩ ষ্টাৰ হোটেলত ৰাতি কটোৱা, পুঁৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰ, AC Luxury বাছত বিভিন্ন পৰ্যটন স্থান দেখুওঁৱা, গুৱাহাটীৰ পৰা ট্ৰেইনেৰে নৰ্মেল শ্লীপাৰ ক্লাছত লৈ যোৱা আৰু ঘুৰি অহা - সকলো এই গ্ৰুপ টুৰ পেকেজত অন্তৰ্ভুক্ত আছে !
Call or WhatsApp today - Limited Seats only.
Mob: 9707233199, 93995860648, 9101316373, 9101776450.
ADM Tours,
DEKA GLOBAL GROUP,
Mangaldai, Assam.