Digitalnews Assam

Digitalnews Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Digitalnews Assam, Broadcasting & media production company, Guwahati, Gauhati.

সত্যৰ অনুসন্ধান যাত্ৰাত Assam

This is an official page of channel.This news channel that focuses on providing and updates specifically for Assam,India.

২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা। লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম।
19/05/2026

২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা। লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম।


17/05/2026

📌 দৰং জিলাৰ নগাওঁ অঞ্চলৰ বিধৱা মহিলাৰ পেন্সনৰ ধনো প্ৰৱঞ্চনাৰে লুটিলে ডাহী গাঁও পঞ্চায়তৰ সভানেত্ৰীসহ ৱাৰ্ড মেম্বাৰে।

📌 এই হোজা মহিলা সকলে ফটো, ভিডিঅ' মাৰি ধন গতোৱাৰ কথা ভাৱিব পাৰে নে ? জবকাৰ্ডৰ জৰিয়তে সোমোৱা ধন বুলি একমাত্ৰ বিশ্বাসত ওভতাই দিছিল। ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনিযোগে লাভ কৰা বুলি কোনো কাৰণতে অৱগত নাছিল।

📌 ৰাইজৰ দাবী ৭২ ঘন্টাত ধন ঘূৰাই দিয়ক নহলে পৰৱৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰক।



Digitalnews Assam

14/05/2026

📍 সুন্দৰ নাম

📌 এতিয়া কামৰ সময়--- গুৰুজ্যোতি ডাঙৰীয়াৰ মন্তব্য 📌 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে দ্বিতীয় বাৰৰ বাবে...
13/05/2026

📌 এতিয়া কামৰ সময়--- গুৰুজ্যোতি ডাঙৰীয়াৰ মন্তব্য

📌 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ আজি দ্বিতীয় দিন৷ তেখেতে আজি মন্ত্ৰীসভাৰ প্ৰথমখনি কেবিনেট অনুষ্ঠিত কৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ আহ্বান ক্ৰমে চৰকাৰৰ ইন্ধন ব্যয়ৰ লগতে অন্যান্য ব্যয় সংকোচিত কৰাৰ লগতে অসম বিধানসভাৰ প্ৰথমখনি অধিবেশন অহা 21 মে'/2026 তাৰিখৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ নিৰ্বাচনৰ সময়ত তেখেতে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই তেখেতে .0 ৰ প্ৰথমখনি কেবিনেটতে অনুমোদন কৰে আৰু আগন্তুক বিধানসভাৰ অধিবেশনত উথ্থাপন কৰিব৷

📌 মাননীয় কৰ্মযোগী মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্মস্পৃহাই সহস্ৰাধিক কাৰ্য্যকৰ্তাৰ লগতে আমাকো অনুপ্ৰাণিত কৰি আহিছে৷ আজি অসম মীন উন্নয়ণ নিগমৰ কাৰ্য্যালয়ত উপস্থিত হৈ কাম-কাজ সম্পৰ্কে বিষয়া-কৰ্মচাৰী সকলৰ সৈতে আলোচনা কৰোঁ৷
Narendra Modi Himanta Biswa Sarma

13/05/2026

📌 আজি শ'লমাৰি শিৱ মন্দিৰত দেউল উপলক্ষে নাম আয়োজন।

#মঙ্গলদৈ

উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ...
13/05/2026

উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ সফল সমাপ্তি

📍 উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ত কৃতিত্বসহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয় চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বহু শুভাকাংশি ৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

📌 অনুষ্ঠানত BRP উৎপল শইকীয়া, বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক জয়ন্ত চহৰীয়া আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীকান্ত নাথ বিশেষভাৱে উপস্থিত থাকে। স্কুল পৰিচালনা সমিতিৰ সভাপতি শ্ৰীকান্ত নাথে সভাখনৰ সভাপতিত্ব কৰে। বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত অধিক পৰিশ্ৰম, শৃংখলা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনে ৮৯.২৮ শতাংশ ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

📌 মুঠ ৮৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭৫ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰে ২ গৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাৰ উপৰিও ২৯ গৰাকী প্ৰথম বিভাগ, ৪৫ গৰাকী দ্বিতীয় বিভাগ আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ৰাহুল দত্তই ৯১ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান অধিকাৰ কৰে আৰু জ্যোতিষ্ময় চহৰীয়াই ৮৮ শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰে।
বিদ্যালয় কৰ্তৃপক্ষই এই ফলাফলৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ একান্ত সহযোগিতা আৰু পৰিশ্ৰমক কৃতিত্ব দিয়ে। অনুষ্ঠানৰ অন্তত সফল শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰা হয় ।

08/05/2026

📍 অসম মালা আঁচনিৰ জৰিয়তে বহু ঠিকাদাৰে আধাৰুৱাকৈ কাম কৰিছে

📍 ৰঙিয়াৰ পৰা মঙ্গলদৈ সংযোগী অসম মালা পথৰ নমুনা শোচনীয় অৱস্থা

📌 জনাৰাম চৌকাৰ পৰা মঙ্গলদৈ ইছলামপুৰ পথত প্ৰায়ে সংঘাটিত হয় পথ দুৰ্ঘটনা

Digitalnews Assam

বি জে পি জিন্দাবাদ
04/05/2026

বি জে পি জিন্দাবাদ

📌 50 নং মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ নীলিমা দেৱী বাইদেউলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏❤️❤️🙏
04/05/2026

📌 50 নং মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ নীলিমা দেৱী বাইদেউলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏❤️❤️🙏

28/04/2026

📌 2026-27 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দৰং একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলে বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰাল ভাৱে ছাত্ৰ ছাত্ৰী সকলোলৈ অনাগত শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

#দৰং_একাডেমী Digitalnews Assam

📍 জুবিন দাৰ অসমৰ মাটিত শেষৰখন ফটো😢 ছিংগাপুৰলৈ যোৱাৰ সময়ত গুৱাহাটী বিমান বন্দৰৰ ভিতৰলৈ খোজকাঢ়ি গৈ থকাৰ সময়ত। এই ফটোখন দেখ...
27/04/2026

📍 জুবিন দাৰ অসমৰ মাটিত শেষৰখন ফটো😢 ছিংগাপুৰলৈ যোৱাৰ সময়ত গুৱাহাটী বিমান বন্দৰৰ ভিতৰলৈ খোজকাঢ়ি গৈ থকাৰ সময়ত। এই ফটোখন দেখিলে বুকু কপি উঠে অ'। দাদা অ'
বহুত মনত পৰে তোমালৈ।

Address

Guwahati
Gauhati
784125

Website

Alerts

Be the first to know and let us send you an email when Digitalnews Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digitalnews Assam:

Share