For Nation Axom

For Nation Axom For Nation Axom is a premier Assamese news platform committed to delivering fast, accurate, and reliable news to the people of Assam and beyond.
(13)

We cover the latest updates across politics, culture, sports, entertainment, and more.. www.fornationaxom.com For Nation Axom is a premier Assamese news platform committed to delivering fast, accurate, and reliable news to the people of Assam and beyond. We cover the latest updates across politics, culture, sports, entertainment, and more—bringing you the stories that matter most. Stay informed with For Nation Axom, where truth meets journalism.

29/05/2026

29/05/2026

উচ্চ ন্যায়ালয়ে নাকচ কৰিলে শ্যামকানু মহন্তৰ জামিন

29/05/2026

🛑কোনে বদনামী কৰিব বিচাৰিছে অঞ্জনী ম'বাইল ষ্টোৰক
🛑একাংশ প্ৰচাৰ মাধ্যমত কৰা বাতৰি প্ৰকৃততে ভিত্তিহীন
🛑অভিযোগকাৰী বুলি যাক দেখুওৱা হৈছে তেওঁ এই কথা অস্বীকাৰ কৰিছে
🛑কুনাল কাশ্যপ আৰু বিতু পোদ্দাৰৰ মাজত মীমাংসাহে হৈছে

29/05/2026

ওদালগুৰিত-শেষ কৰিব নোৱাৰা এখন দলঙৰ কৰুণ কাহিনী। ২০ বছৰে সম্পূৰ্ণ নহ’ল এই দলংখন। ফলত জীয়া যাতনা ভুগি আহিবলগীয়া হৈছে ওদালগুৰি-ৰৌতা-তামুলপুৰবাসীয়ে। ৩টাকৈ নিৰ্মাণ প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল দলংখন। কিন্তু কিয়?

29/05/2026

বিধানসভাৰ সচিব দুলাল পেগুক অব্যাহতি দিয়াক লৈ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

29/05/2026

ঢেকিয়াজুলিৰ ভোটপৰাস্থিত খেলপথাৰত ইনডৰ ষ্টেডিয়ামত ২৯,৩০ আৰু ৩১ মে তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পেঞ্চাক চিলাট সমৰ কলাৰ খেল।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when For Nation Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to For Nation Axom:

Share