Pratidin India

Pratidin India প্ৰতিদিন INDIA — Your trusted source for fast, factual & fearless news. Bringing you the latest updates from Assam, Northeast & across India.
(3)

Stay informed, stay ahead.

29/08/2026

📌মাৰ্কেটত আৱিৰ্ভাৱ এইবাৰ বিয়েৰ বাবা..!
📌বি/য়েৰ আৰু ছি/গাৰেট খাইহে বেমাৰ ভাল কৰে এইজন বাবাই।

29/08/2026

👉"নগাঁৰ জিলা আয়ুক্ত দেৱাষি শৰ্মাক অতি সোনকালে নিলম্বিত কৰিব লাগে"
আয়ুক্ত দেৱাষি শৰ্মা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য গৌৰৱ গগৈৰ

29/08/2026

👉"যি দলে ৰাম মন্দিৰত চুৰি কৰিব পাৰে সেইদলে বান সাহায্যৰ নামতো চুৰি কৰিব পাৰে।"
👉"গতিকে এক SIT গঠন কৰি ইয়াৰ তদন্ত হ'ব লাগে।"
📌বানপানীৰ সাহায্যৰ নামত চলি থকা লুটপাতৰ ওপৰত তদন্তৰ দাবী গৌৰৱ গগৈৰ

29/08/2026

📌হাতীগাওঁ আৰক্ষীৰ জালত দুধৰ্ষ প্ৰেমিক চমেৰ আলি
📌চমেৰ আলিয়ে দুটা মাহ পূৰ্বে বিয়া কৰাইছিল অন্য যুৱতীক
📌এটা বছৰ পূৰ্বে পলুৱাই নিছিল এগৰাকী ১৫ বছৰীয়াক ছাত্ৰীক
📌তাৰপিছত দুয়োটা পৰিয়ালে বিয়া ঠিক কৰিছিল ১৫ বছৰীয়া ছাত্ৰীগৰাকী
📌ছাত্ৰগৰাকী বয়স হটলে বিয়া দিয়াৰ প্ৰস্তাৱ দিছিল চমেৰ আলিৰ পৰিয়ালে
📌বৰপেটাৰ চমেৰ আলিয়ে ১৬ বছৰীয়া ছাত্ৰী গৰাকীক পূণৰ পলাই আনিবলৈ চেষ্টা কৰোতে ধৰা পৰে।
📌পলুৱাই নিবলৈ চেষ্টা কৰা কণমানী ছোৱালীৰ পিতৃক আক্ৰমণ কৰাৰো অভিযোগ
📌ঘটনা স্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক লম্পট চমেৰ আলীক





আটক কৰা চমেৰ আলিক হাতীগাওঁ আৰক্ষীয়ে অৱ্যাহত ৰাখিছে জেৰা

29/08/2026

📌নাহৰকটীয়া হিং*সা*ত্মক কাণ্ডৰ নতুন মূৰ। এটা নতুন ভিডিঅ'য়ে খলকনি তুলিছে নাহৰকটীয়াত।
📌পোহৰলৈ আহিল বিতৰ্কিত দীপক গুপ্তাই ছফিউল সহ মাতৃ ভগ্নীক অ*শ্লীল ভাষাৰে ভাবুকি দিয়া ভিডিঅ'
📌নাহৰকটীয়া চহৰৰ মাজ-মজিয়াৰ ৰেল গেটৰ নিচেই কাষত থকা ভূঞা পট্ৰীৰ সমীপত বুধবাৰে নিশা সংঘটিত হৈছিল এক হিং*সা*ত্মক ঘটনা।
📌ব্যৱসায়ী দীপক গুপ্তাক চোকা অ*স্ত্ৰৰে প্ৰ*হাৰ কৰিছিল ছফিউল হুছেইন ভূঞা নামৰ যুৱক জনে।
📌কি কাৰণত ছফিউল হুছেইন ভূঞাই প্ৰা*ণে ম*ৰাৰ অপচেষ্টা কৰিছিল স্পষ্টকৈ পুহৰলৈ আহিছে ভিডিঅ' টোত।
📌অশ্লীল ভাষ্য প্ৰয়োগ কৰি পৰিবেশ অপ্ৰীতিকৰ কৰাৰ বাবেই দীপক গুপ্তাৰ মুৰত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছিল নেকি ছফিউল হুছেইন ভূঞাই তাক লৈ সৰৱ চৰ্চা চলিচে নাহৰকটীয়াত।

29/08/2026

পুনৰ বীৰ লাচিত সেনাৰ নেতাক প্ৰহাৰ
ডুমডুমাত বালি মাফিয়াৰ আক্ৰমণৰ বলি অভিষেক বৰা আৰু সুৰুয দাস
আঘাতপ্ৰাপ্ত হৈ চিকিত্সাধীন বীৰ লাচিত সেনাৰ দুই নেতা

29/08/2026

📌ৰে’লৰ চিটত শুই থকা হিন্দু মহিলাৰ সৈতে অ/শ্লী/ল কৰ্ম কাজোল হাৱালদাৰ নামৰ এজন লম্পটৰ
📌সাহিল নামৰ এজন মুছলমান যুৱকে সমগ্ৰ ঘটনা ভিডিঅ’ ৰেকৰ্ডিং কৰি লপা-থপা দিয়ে লম্পটটোক।

29/08/2026

📌লংকা পৌৰ সভানেত্ৰীয়ে কান্দি কান্দি হাতযোৰ কৰি ভেন্টিলেচনত থকা আত্মীয়কলৈ ৰাজনীতি নকৰিবলৈ শিলাদিত্য দেৱক অনুৰোধ।
📌শুক্ৰবাৰে, লংকা পৌৰসভা ডাম্পিঙ গ্ৰাউণ্ডলৈ পৰিণত হোৱা আৰু পৌৰসভানেত্ৰী আৰু উপ পৌৰপতিয়ে পলায়ন কৰা বুলি হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে কৰা বিস্ফোৰক অভিযোগক উভটি ধৰিছে লংকা পৌৰসভাই ।
📌পৌৰসভাক ডাম্পিঙ গ্ৰাউণ্ড বনোৱা কাৰ্য ২০১৬- ২০২১ চনত হোজাই সমষ্টিৰ বিধায়ক হিচাপে থকা শিলাদিত্য দেৱৰ কাৰ্যকালতে হোৱা বুলি সংবাদমেলত মন্তব্য লংকা পৌৰ সভানেত্ৰী পাৰমিতা ৰায় সাহাৰ।

29/08/2026

📌কাজিৰঙাৰ Eco sensitive zoon প্ৰসংগক লৈ যোৰহাটতো কংগ্ৰেছৰ প্ৰতিবাদ।
📌যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত কাজিৰঙাৰ eco sensitive zoon এক কিলোমিটাৰ কৰা হব বুলি 📌কংগ্ৰেছে আজি ৰাজ্য জুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
📌যোৰহাট কংগ্ৰেছৰ উদ্যোগতো আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

📌ভাৰত চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ অসমৰ বৰ্ণালী ডেকা📌এই পদত নিযুক্তি লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া...
29/08/2026

📌ভাৰত চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ অসমৰ বৰ্ণালী ডেকা
📌এই পদত নিযুক্তি লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া বর্ণালী ডেকা

Address

Bamunimaidam
Gauhati
781021

Alerts

Be the first to know and let us send you an email when Pratidin India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratidin India:

Shortcuts

Share