11/06/2026
▶️ অন্ত পৰিল অপেক্ষাৰ
▶️ মাজত আৰু কেইটামান মুহূৰ্ত বাকী
▶️ আৰম্ভ হ’ব ফুটবল বিশ্বৰ মহাযুদ্ধ
▶️ মহাৰণৰ কাৰণে সাজু তাৰকা-মহাতাৰকা
▶️ এইবাৰৰ বিশ্বকাপত ট্ৰাম্প চৰকাৰৰ ৰাজনৈতিক হাতোৰা
▶️ কেইবাটাও কাৰণত বিশ্বকাপক লৈ আৰম্ভ হৈছে বিতৰ্ক
▶️ আৰু কি কি কাৰণত বিশেষ এইবাৰৰ ফুটবল বিশ্বকাপ?
▶️ ষ্টুডিঅ’ত থাকিব জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুষীম ঘোষ
▶️ ৰাজ্যৰ কেইবাঠাইতো সংঘটিত লাভ জেহাদৰ ঘটনা
▶️ লাভ জেহাদক কেন্দ্ৰ কৰি চাপৰত উত্তপ্ত পৰিস্থিতি
▶️ পুনৰ জ্বলিছে মণিপুৰ
▶️ ৬ অপহৃতৰ মৃতদেহ উদ্ধাৰৰ পাছতে অগ্নিগৰ্ভ মণিপুৰৰ পৰিস্থিতি
▶️ যুদ্ধৰ কলিয়া ডাৱৰে পুনৰ ছানিছে মধ্যপ্ৰাচ্যৰ আকাশ