Simanta Axom

Simanta Axom infotainment

20/06/2026

এই মোৰ শেষ গান..!

10/05/2026

📌 লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ালে ড০ হিমন্ত বিশ্ব শৰ্মাই
📌উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু NDAৰ বিধায়কসকল

10/05/2026

📌তামিলনাডু সচিবালয়ত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ।

10/05/2026

চিনেমাৰ ষ্টাইলতেই শপত ললে ছুপাৰষ্টাৰ বিজয়ে। কিছুমান শপত গ্ৰহণ সদায় দেশত বিশেষ হৈ পৰে।

09/05/2026

📌এফালে মঞ্চত বিহুদলৰ বিহুযোৰা আৰু আনফালে মঞ্চৰ তলত দৰ্শকৰ মাজত কেইগৰাকী মান যুৱক-যুৱতীৰ মাজত প্ৰচণ্ড মাৰপিট।।

09/05/2026

দক্ষিণ ভাৰতৰ ছবিৰ বহু চৰ্চিত এটা গান গাই সমাজিক মাধ্যমত সমাদৰ লাভ এই কনমাণিজনীৰ ।।

09/05/2026

মায়াবিনী গীতটিৰ আঁৰৰ কাহিনী।।

#মায়াবিনী

09/05/2026

জুবিন গাৰ্গ আৰু হীৰেণ ভট্টাচাৰ্য কথোকথন।।


09/05/2026

কাজিৰঙাত প্ৰকাণ্ড ঘৰিয়াল..

09/05/2026

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Simanta Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share