NewzNow

NewzNow আপোনাৰ বিশ্বাস, আমাৰ সততা। এক আপোচবিহীন কন্ঠৰ সৈতে আপোনাৰ কাষত NewzNow ...

11/06/2026

আছু কৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ উপ পৰিদৰ্শকৰ বিৰুদ্ধে

জাগীৰোড আৰক্ষী থানাৰ নৱনিযুক্ত উপ পৰিদৰ্শক প্ৰাঞ্জল শৰ্মাৰ বিৰুদ্ধে আছু কৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ

11/06/2026

"উত্তৰ-পূবৰ আন্তঃগাঁথনিক লৈ বিজেপি চৰকাৰে কৰা কামক অস্বীকাৰ কৰিব নোৱাৰি"
TMC ত্যাগৰ‌ পিছত বৰাকত উপস্থিত প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ মন্তব্য

11/06/2026

মন্ত্ৰীসভাত হিন্দু বাঙালী মন্ত্ৰীৰ দাবী বাঙালী পৰিষদ অসমৰ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা হিন্দু বাঙালী বিধায়ক শিলাদিত্য দেৱক মন্ত্ৰীত্ব প্ৰদানৰ দাবী সংগঠনটোৰ

11/06/2026

No Parkingত ৰখাই থোৱা আৰক্ষীৰ বাহন জব্দ কৰিলে যান বাহন আৰক্ষীয়ে

শ্বিলং চহৰৰ এই দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

11/06/2026

গুৱাহাটীৰ ফাঁচী বজাৰত মহিলা হিন্দীভাষী গেঙৰ তাণ্ডৱ

এজন ব্যক্তিৰ পৰা ৭০,০০০ টকা লৈ পলোৱাৰ চেষ্টা

11/06/2026

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত শক্তি আহৰণক লৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

11/06/2026

বিধায়ক অখিল গগৈৰ বাসগৃহত অগপ দলৰ নেতৃত্ব

প্ৰয়াত মাতৃক জনালেঁ শ্ৰদ্ধাঞ্জলী

11/06/2026

প্ৰথমবাৰৰ বাবে গোলাঘাটত অভিভাৱক মন্ত্ৰী ৰনোজ পেগু

দলীয় কাৰ্যালয়ত উষ্ম আদৰণি

11/06/2026

"দেশত খাৰুৱা তেল, পেট্ৰ'ল, ডিজেল আৰু এল পি জি (LPG)ৰ যোগান সম্পূৰ্ণ স্বাভাৱিক হৈ আছে"

"কিছুমান পেট্ৰ'ল পাম্পত গ্ৰাহকৰ ভিৰ আৰু বিক্ৰী স্বাভাৱিকতকৈ বৃদ্ধি পাইছে যদিও চৰকাৰী তৈল কোম্পানীসমূহে ইন্ধনৰ সুচল যোগান নিশ্চিত কৰিবলৈ অহৰহ কাম কৰি আছে"

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাৰ মন্তব্য

11/06/2026

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজ আক্ৰমণ আমেৰিকান সেনাৰ

তিনি দিনত দুখনকৈ ভাৰতীয় জাহাজত আক্ৰমণ

আক্ৰমণ তিনি ভাৰতীয়ৰ ক্ৰু সদস্য মৃত্যু

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NewzNow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow:

Share