NV Live

NV Live NV live is a News Portal and it is the Voice of Common people .The platform of NV live
(3)

NV live is a News Portal with a news App and it is the Voice of Common people .The platform of NV live is for the people,of the people and by the people.It will always fight against injustice,inhuman activities and any kind of irregularities of the society..

25/12/2025

♦️নিৰ্বাচনৰ পূৰ্বে নহয় জনজাতিকৰণ, ৬ জনগোষ্ঠীক মুখ্যমন্ত্ৰীৰ ললিপপ, নিৰ্বাচনী বৈতৰণী পাৰ কৰাই লক্ষ্য বিজেপিৰ #নিৰ্বাচন #মুখ্যমন্ত্ৰী #কংগ্ৰেছ

25/12/2025

♦️কাৰ সাহসত বজৰং দলে লণ্ডভণ্ড কৰিলে বৰদিনৰ সামগ্রী?

♦️বজৰং দলৰ কাণ্ডক তীব্ৰ গৰিহণা ৰেজাউল কৰিম চৰকাৰৰ

25/12/2025

♦️নিৰ্বাচনৰ পূৰ্বে সংকটত গেৰুৱাবাহিনী,
পলাশবাৰীত জুই ! ধোঁৱা বিয়পিছে অন্য সমষ্টিলৈ #নিৰ্বাচন #মুখ্যমন্ত্ৰী #হিমন্ত

25/12/2025

♦️SITৰ চাৰ্জশ্বীটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰহনন কৰিবলৈ বিচৰা হৈছে
♦️SITৰ চাৰ্জশ্বীটৰ জৰিয়তে অভিযুক্তক ৰেহাই দিব বিচৰা হৈছে
♦️২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ বনোৱা হৈছে চার্জশীট
♦️বিস্ফোৰক অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

25/12/2025

♦️"লেখকৰো ৰাজনীতিকৰ দৰে একাউণ্টেবিলিটী আৰু ৰেছপন্সিবিলিটী থাকিব লাগে"

♦️"জু*ই একুৰা জ্ব*লাই দিয়াৰ পাছত নুমুৱাব পৰা শক্তি যদি আমাৰ নাথাকে তেন্তে জু*ই জ্ব*লোৱাৰো অধিকাৰ নাই"

♦️অসম গ্ৰন্থমেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

25/12/2025

♦️বৰদিন উপলক্ষে ৰাহুল গান্ধীৰ শুভেচ্ছা

25/12/2025

♦️বাংলাদেশীক বৰপীৰা পাৰি দিছে বিজেপিয়ে,
♦️বিজেপি বিধায়কৰ নাগৰিকত্ব প্ৰসংগত মহাবিস্ফোৰণ ৰিপুন বৰাৰ।

24/12/2025

📌কাৰ্বি-আংলংৰ ঘটনা সন্দৰ্ভত চৰকাৰক ধ্বিকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

📌হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ শিৱসাগৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৃষকমুক্তি সংগ্ৰাম সমিতিৰ

24/12/2025

📌কাৰ্বি আংলং কাণ্ডত জীৱন শেষ হোৱা সূৰয দে'ৰ ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ
📌শ শ প্ৰতিবাদকাৰী ওলাই আহি উত্তপ্ত কৰিছে প্ৰতিবাদস্থলী

24/12/2025

♦️বৰদিনৰ শুভেচ্ছা বিমান সংস্থা Emiratesৰ।

আগ্ৰহীসকলে যোগাযোগ কৰক +91 93954 23659
24/12/2025

আগ্ৰহীসকলে যোগাযোগ কৰক
+91 93954 23659

24/12/2025

📌‘বাংলাদেশী খেদিম বুলি কোৱা বিজেপিতে আছে বাংলাদেশী বিধায়ক’
📌‘বাংলাদেশী খেদাটো বাদেই, বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে’
📌ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা

Address

Rukminigaon Balika Vidyalay Path. , Rukminigaon. Dispur, Guwahati/22
Gauhati
781022

Alerts

Be the first to know and let us send you an email when NV Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share