Pratah Time

Pratah Time থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ... News Channel & Media Entertainment

17/09/2026

কোকৰাঝাৰত ABMSU ৰ গণ অৱস্থান ধৰ্মঘট - শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক ফাঁচীৰ দাবী

17/09/2026

কাইলৈ সৃষ্টিকটা বিশ্বকৰ্মা পূজা।

17/09/2026

বটদ্ৰৱাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

17/09/2026

যোৱা ১৩ বছৰে আয়োজন কৰি আহিছে যোৰহাটৰ PWD গণেশ পূজা সমিতিয়ে গণেশ পূজা

16/09/2026

গোলাঘাট সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত উন্মোচন হ'ল জনপ্ৰিয় কণ্ঠশিল্পী ৰুলী শইকীয়াৰ নতুন আধুনিক গীত "অভিমানী চাৱনি

16/09/2026

নগাঁৱৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

📌ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালা বনগাঁওত দ্ৰুতবেগী চাৰিচকীয়া বাহনে মহতিয়ালে পথচাৰীক  📌পথ অতিক্ৰম কৰাৰ মুহুৰ্ততে ন...
16/09/2026

📌ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালা বনগাঁওত দ্ৰুতবেগী চাৰিচকীয়া বাহনে মহতিয়ালে পথচাৰীক

📌পথ অতিক্ৰম কৰাৰ মুহুৰ্ততে নলবাৰী অভিমুখী ব্ৰেজা বাহনে মহতিয়ালে এগৰাকী ব্যক্তিক ।

📌বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ মনোনয়ন দাখিল📌নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই আজি ...
16/09/2026

📌বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ মনোনয়ন দাখিল

📌নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰে।

16/09/2026

📌কলিয়াবৰৰ হাটবাগানত ড্ৰা*গছ আসক্ত চোৰক ৰাইজে আটক কৰি গতালে আৰক্ষীক

16/09/2026

বামপথাৰ বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন

Address

Guwahati Goalpara Road, Guwahati
Gauhati
781122

Alerts

Be the first to know and let us send you an email when Pratah Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratah Time:

Shortcuts

Share