NEWS EDGE ASSAM

NEWS EDGE ASSAM সত্য উন্মোচন, শক্তিশালী পৰিৱৰ্তন
GLOBAL REACH ENTERTAINMENT
(3)

31/08/2026

📌10,000 Step খোজ কঢ়াটো কিমান জৰুৰী?
📌খোজ কঢ়াৰ প্ৰকৃত প্ৰক্ৰিয়াটো কেনেকুৱা হোৱা উচিত?
সম্পূৰ্ণ ভিডিঅ'ৰ লিংক👇

https://youtu.be/2Iii9T9pLzA?si=RSc_-U232DW2QXWd

31/08/2026

আগন্তুক ৩ ঘন্টাত ৪ জিলাত কালৰূপ ধাৰণ কৰিব বতৰে । গুৱাহাটীবাসী সাৱধান হওক

31/08/2026

প্রলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ

31/08/2026

🚨ক্ষেত্ৰীৰ দুৰ্ঘটনাৰ পিছতেই তৎপৰ প্ৰশাসন
🚨ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে

31/08/2026

"অসমৰ ভাতৃত্ববোধৰ এনাজৰী দেখা পাইছিলোঁ সেয়া শৃংখল চলিহাহতে বিনষ্ট কৰাৰ অভিযোগ"

31/08/2026

অহা-যোৱা কৰিবলৈ জুবিনদাই উপহাৰ দিয়া স্কুতিখন আজিও সযতনে ৰাখিছে কল্যানে

31/08/2026

📌জাগীৰোডৰ পৰা গুৱাহাটীলৈ চাকৰিত যোগদান কৰিবলৈ আহিছিল প্ৰশান্ত
📌ক্ষেত্ৰীৰ শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰশান্তৰ জীৱন

31/08/2026

📌ক্ষেত্ৰীৰ ভয়াৱহ দুৰ্ঘটনাৰ পুনৰ Big UPDATE
📌বৰ্তমানলৈ মৃ**কৰ সংখ্যা ৭গৰাকীলৈ বৃদ্ধি

31/08/2026

📌পেঞ্চনক লৈ আহি গ'ল BIG BREAKING
📌এতিয়াৰে পৰা পেঞ্চনৰ কামত পলম হ'লেই বিপদত পৰিব দায়িত্বত থকা বিষয়া
📌জনালে মুখ্যমন্ত্ৰীয়ে

Address

Dispur
Gauhati
781005

Alerts

Be the first to know and let us send you an email when NEWS EDGE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEWS EDGE ASSAM:

Shortcuts

Share