A idul

A idul Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from A idul, Media/News Company, guwahati, Gauhati.

18/06/2026

গণেশগুৰিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে। অংকন সম্পন্ন কৰিলে মাৰ্চেল বৰুৱাই।

18/06/2026

এনেদৰে জুবিন গাৰ্গৰ প্ৰিয় গীত গাই অংকন কৰা হ'ল প্ৰাণৰ আপোন শিল্পী গৰাকীৰ ছবি

08/06/2026

📌দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব বুলি আমাৰ বিশ্বাস আছে : গৰিমা গাৰ্গ।

08/06/2026

জৰুৰীকালীন অৱতৰণৰ সময়ত জ্বলি উঠিল বিমান

এক শিহৰণকাৰী দৃশ্য

এই দৃশ্য ড'মিনিকাণৰ

08/06/2026

📌৭ জুন তাৰিখে হঠাৎ হোৱা ধুমুহাই দিল্লী বিমানবন্দৰত ৩খন বিমান ক্ষতিগ্ৰস্ত কৰে, যেতিয়া ভূমি-উপকৰণসমূহ ঢিলা হৈ পৰিছিল।

08/06/2026

📌ফিলিপাইনত ৭.৮ প্ৰাৱল্যৰ ভূমিকম্পত তাচ পাতৰ দৰে খহি পৰিল এখন বিদ্যালয়ৰ টিনৰ চালি

08/06/2026

দক্ষিণ ফিলিপাইনত বিধ্বংসী ভূমিকম্প

তাচপাতৰ দৰে খহিছে ঘৰ

ৰাতিপুৱাই ৭.৮ প্রাৱল্যৰ ভূমিকম্পৰ জোকাৰণি

07/06/2026

এইখন অসম হয় নে নহয়?
যদি হৈ তেন্তে কি চলি আছে অসমীয়াৰ ওপৰত এইবোৰ
আজি সংগঠনবোৰ কত youtubar বোৰ কত ?
কত আসমীয়াবোৰ

07/06/2026

📌অসমত অসমীয়া সদায় জিন্দাবাদ

07/06/2026

📌পথৰ কাষত আপোনাৰ বাহনৰ দুৱাৰ খোলোঁ‌তে এশবাৰ ভাবক

Address

Guwahati
Gauhati

Website

Alerts

Be the first to know and let us send you an email when A idul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share