Pratah Time

Pratah Time থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ... News Channel & Media Entertainment.

30/11/2025

৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত জন্ম হোৱা অসম গণ পৰিষদ দলটো এইবাৰ সংখ্যলঘু এলেকাতে সীমাবদ্ধ থাকিব নেকি ?

30/11/2025

আগন্তুক ১৩ আৰু ১৪ ডিচেম্বৰত মৰিগাঁও জাজৰীত অনুষ্ঠিত হ'বলগীয়া গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ জনগোষ্ঠীয় সমাৰোহৰ লাইখুঁটা স্থাপন

30/11/2025

কামৰূপৰ গন্ধমৌ ফাটনাৰ এগৰাকী যুৱক বহি:ৰাজ্যত সন্ধানহীন বহিঃৰাজ্যত ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন অসমৰ এগৰাকী যুৱক।

30/11/2025

সমাগত ২০২৬ৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন নিৰ্বাচনী কোচকাৱাজ আৰম্ভ হৈছে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ

30/11/2025

বিধানসভাত টুলুঙা মন্তব্যৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীৰ প্ৰতিক্ৰিয়া

30/11/2025

ছহিদ পিয়লি ফুকন স্মৃতি সংৰক্ষণ সমিতি তথা চ্যকুফা অধ্যয়ন কেন্দ্ৰই পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠা কৰা

30/11/2025

হাজোৰ বামুন্দী গাওঁ পঞ্চায়তৰ ১৩০নং বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান সম্পন্ন

30/11/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজব পৰামৰ্শ তথা জনজাতিকৰণৰ নামত বৃহৎ টুপি পিন্ধাই ২৬ বিধানসভা নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ কৌশল BJP ৰ

30/11/2025

দেৰগাঁও সৃষ্টি সংগীত একাডেমিৰ সৌজন্যত গীতাৰ আৰু কীবোৰ্ড পৰিক্ষা আয়োজন কৰা হয় ৷ এই পৰিক্ষা এচিয়া কাউঞ্চিল অফ মিউজিকৰ অধীনত অনুষ্ঠিত হয় ৷

30/11/2025

বকোৰ তাৰাবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে গৰকিলে গৌৰৱোজ্জ্বলৰ সোণালী জয়ন্তী বৰ্ষ। আজি দ্বিতীয়টো দিন।

30/11/2025

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজব পৰামৰ্শ

জনজাতিকৰণৰ নামত টোপ

30/11/2025

লাহৰীঘাট সমজিলা কাৰ্যালয়ত দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন ।
জব্দকৃত গৰু মোকলোৱাৰ নামত গৰাকীৰ পৰা ধন সংগ্ৰহ কৰিছিল এই গৰাকী দালাল ছাহজাহান আলীয়ে।

Address

Guwahati Goalpara Road, Guwahati
Gauhati
781122

Alerts

Be the first to know and let us send you an email when Pratah Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratah Time:

Share