24 Live

24 Live Official handle of 24 Live. Follow for latest news alerts, features and analysis
(1)

15/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসত খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বান বিধ্বস্ত ৩ জিলাৰ ৰাইজৰ স্বাৰ্থত আজি অনশন কাৰ্যসূচী বিধায়ক অখিল গগৈৰ বানাক্ৰান্তক ১০ লাখকৈ টকাৰ ক্ষতিপূৰণৰ দাবী     ...
15/08/2026

বান বিধ্বস্ত ৩ জিলাৰ ৰাইজৰ স্বাৰ্থত আজি অনশন কাৰ্যসূচী বিধায়ক অখিল গগৈৰ
বানাক্ৰান্তক ১০ লাখকৈ টকাৰ ক্ষতিপূৰণৰ দাবী

15/08/2026

দেৰগাঁৱত ৰাইজৰ দলৰ নেত্ৰী ড°জ্ঞানশ্ৰী বৰা

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসত
শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ
শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস
খানাপাৰৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস
লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ live

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা

15/08/2026

ডিব্ৰুগড়ৰ জিলাৰ মৰাণ আৰক্ষী থানাৰ প্ৰাংগনতত ৮০ তম স্বাধীনতা দিৱস উদযাপন, সমগ্ৰ দেশৰ লগতে মৰাণ আৰক্ষী থানাত ৮০ তম্ স্বাধীনতা দিৱস উদযাপন কৰা হয়,
মৰাণ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি ৰঞ্জিত চেতিয়াই জাতীয় পতাকা উত্তোলন কৰে

24Live তৰফৰ পৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সকলোলৈ শুভেচ্ছা
15/08/2026

24Live তৰফৰ পৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সকলোলৈ শুভেচ্ছা

Address

BEHARBARI CHARIALI NH37 ALAKESH BHAVAN GANESH MARKET 1ST FLOOR
Gauhati
781029

Alerts

Be the first to know and let us send you an email when 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 24 Live:

Shortcuts

Share