Republic Axom 24

Republic Axom 24 শুদ্ধ আৰু সত্য খবৰৰ সন্ধানত
North East Trusted web portel channel
(1)

26/05/2026

📌 পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ।


26/05/2026

📌বজালীত বিৰোধী ঐক্য মঞ্চৰ স্মাৰকপত্ৰ প্ৰদান ।
📌পেট্ৰলৰ,ডিজেল,ৰন্ধন গেছ আদিৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত বজালী জিলা আয়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ।


25/05/2026

📌বজালীৰ বতিয়ামাৰীত জ্যোতিমিলন আঞ্চলিক ইউথ ক্লাৱৰ উদ্যোগত চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু সন্মিলন।
📌লুইত কন্ঠ জুবিন গাৰ্গ সোঁৱৰণী মায়াবিনী সন্ধিয়া অনুষ্ঠানে মুগ্ধ কৰিলে সকলোকে।


25/05/2026

📌অসম বিধানসভা ষষ্ঠদশ অধিৱেশনৰ আজি তৃতীয় দিনত বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ বক্তব্য প্ৰদান ।



Dharmeswar Royofficial

📌 পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম
25/05/2026

📌 পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম


24/05/2026

📌সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সংবাদ মেল।


24/05/2026

📌 অত্যাৱশ্যকীয় সামগ্ৰীত মূল্যবৃদ্ধি সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মন্তব্য।



Ranjeet Kumar Dass

24/05/2026

📌মুল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
📌বজালীতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী পালন।


23/05/2026

📌৯০ সংখ্যক বাৰ্ষিক পালনাম মহোৎসৱ উৎযাপন গলিয়া সত্ৰৰ ।
📌৮ আৰু ৯ দুদিনীয়া কাৰ্য্যসূচীৰে উৎযাপন কৰে গলিয়া সত্ৰ পালনাম মহোৎসৱ ।


23/05/2026

📌বিধান সভাৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ আহিয়ে শুক্ৰবাৰে সন্ধিয়া বজালীত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস ।

📌পাঠশালাত বিজেপি বজালী জিলা আৰু অগপৰ বজালী বিধান পৰিষদৰ কাৰ্যকৰ্তাসকলৰ উষ্ম আদৰণি আৰু শুভেচ্ছা জনায় ।



Ranjeet Kumar Dass

23/05/2026

📌 অসম বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বজালীত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ ৰয়।
📌 বিজেপিৰ বজালী জিলা আৰু অগপৰ বজালী বিধান পৰিষদৰ কাৰ্যকৰ্তাসকলৰ উষ্ম আদৰণি ধৰ্মেশ্বৰ ৰয়ক।



Dharmeswar Royofficial

Address

Bajali
Guwahati
781325

Alerts

Be the first to know and let us send you an email when Republic Axom 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share