Republic Axom 24

Republic Axom 24 শুদ্ধ আৰু সত্য খবৰৰ সন্ধানত
North East Trusted web portel channel
(1)

17/08/2026

📌বজালীৰ পুঠিমাৰীত অম্বিকাগিৰি হাইস্কুলত নৱনিৰ্মিত গণিত আৰু বিজ্ঞান সংহত গৱেষণাগাৰৰ শুভ উদ্বোধনী অনুষ্ঠান ।
📌শুভ উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা ভবানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে ।
📌এই গণিত আৰু বিজ্ঞান সংহত গৱেষণাগাৰৰ পৰা এই বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী উপকৃত হব বুলি আশাবাদী সকলো।



Ranjeet Kumar Dass

15/08/2026

📌সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৮০ তম্ স্বাধীনতা দিৱস উদযাপন।
📌সৰুপেটাৰ ৰাজহ চক্ৰৰ বিষয়া পৰিণীতা চক্ৰবৰ্তী উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ।



14/08/2026

📌পাঠশালাৰ শ্বহিদ মদন -ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ - নিৰ্মিত ভৱনৰ শুভ উদ্বোধন ।

📌শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই ।




12/08/2026

📌বজালীৰ ভালাগুৰীত আয়োজিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি
📌লায়নচ্ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা
📌চূড়ান্ত খেলখনত ২-০ৰ ব্যৱধানত গোমূৰা গুড মৰ্ণিং এফ চিৰ জয়ী


05/08/2026

কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ মৃত্যু এজন CRPF জোৱানৰ। CRPF জোৱানজন বজালীৰ ওদালগুৰি গাঁৱৰ মণ্টু চৌধুৰী। গুৱাহাটীৰ নমাইলৰ GC CRPF কেম্পত কৰ্মৰত হৈ আছিল জোৱানজন। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল CRPF জোৱান মণ্টু চৌধুৰী।



কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ মৃত্যু এজন CRPF জোৱানৰ। CRPF জোৱানজন বজালীৰ ওদালগুৰি গাঁৱৰ মণ্টু চৌধুৰী। গুৱাহাটীৰ নমাইলৰ GC...
05/08/2026

কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ মৃত্যু এজন CRPF জোৱানৰ। CRPF জোৱানজন বজালীৰ ওদালগুৰি গাঁৱৰ মণ্টু চৌধুৰী। গুৱাহাটীৰ নমাইলৰ GC CRPF কেম্পত কৰ্মৰত হৈ আছিল জোৱানজন। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল CRPF জোৱান মণ্টু চৌধুৰী।


04/08/2026

📌পাটাছাৰকুছি পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে উপস্থিত বজালী বিধানসভা সমষ্টি বিধায়ক ধৰ্মেশ্বৰ ৰয়৷


04/08/2026

📌শিৱসাগৰৰ বানবিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
📌বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত মুখ্যমন্ত্ৰীগৰাকী।
📌 মুখ্যমন্ত্ৰীক সংগ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।


03/08/2026

📌হাঠিনাপুৰ উদিয়মান ক্লাৱৰ আমন্ত্ৰণত হাঠিনাপুৰলৈ আহি আছে অসমৰ আগশাৰীৰ নাট্য দল ৰাজধানী থিয়েটাৰ, অহা ২ আৰু ৩ চেপ্তেম্বৰত ২০২৬ খ্রীঃ ।

📌স্থান : হাঠিনাপুৰ হাইস্কুল খেল পথাৰত।


01/08/2026

📌আজিৰে পৰা অৰুণোদয় ৩.০ আঁচনিৰ ধন ৩৭ লাখ মহিলাই লাভ কৰিলে৷

📌১৯নং মুগুৰীয়া বামাখাতা পঞ্চায়তে আয়োজন কৰা অনুষ্ঠানত ২৬নং বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়, বজালী জিলাৰ উন্নয়ন আয়ুক্ত অনুপম ডেকা,খণ্ড উন্নয়ন বিষয়া ধ্ৰুৱ জ্যোতি নাথ সমাজকৰ্মী নব কুমাৰ মেধি,জিন্তু চৌধুৰী উপস্থিত থাকে৷


Address

Bajali
Guwahati
781325

Alerts

Be the first to know and let us send you an email when Republic Axom 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share