NE8 ASSAM

NE8 ASSAM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NE8 ASSAM, Media/News Company, Gauhati.

পেজখনলৈ সোমাই অহাৰ বাবে আন্তৰিক ধন্যবাদ 🥰🙏
অসম তথা বিশ্বৰ ভিন্ন বা-বাতৰি আৰু মনোৰঞ্জন মূলক ভিডিঅ উপভোগ কৰিবলৈ পেজ খন ফলও (follow) কৰক 🙏
আপোনাৰ অঞ্চলৰ যিকোনো বাতৰি, সৃষ্টিশীল ভিডিঅ বা বিজ্ঞাপন থাকিলে আমাক যোগাযোগ কৰিব পাৰে।

জয় আই অসম

30/08/2026

ক্ষেত্ৰীৰ নলগেদ্ৰাত ট্ৰেভেলাৰ দুৰ্ঘটনাত ৬ গৰাকী যাত্ৰীৰ মৃ*ত্যু।
ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি।

ক্ষেত্ৰীৰ নলগেদ্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৬
30/08/2026

ক্ষেত্ৰীৰ নলগেদ্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৬

30/08/2026

ডিমৰীয়াৰ ভৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাস্তাৰ প্ৰকাণ্ড গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী ট্ৰাকত খুন্দা মাৰে এখন ট্ৰেভেলাৰে।
দুৰ্ঘটনাত থিতাতে ৪জন যাত্ৰীৰ মৃ/ত্যু হোৱাৰ লগতে আহত হৈছে বহু যাত্ৰী।

30/08/2026

মৰাণৰ বামুণবাৰীত যুৱতীক অ/শালীন ব্যৱহাৰ কৰি চ/ৰ খালে বিহাৰৰ ধনঞ্জয় কুমাৰে।
ইনষ্টাগ্ৰামত অ/শ্লীল মন্তব্য কৰাৰ অভিযোগ, যুৱতীৰ ভ/ৰিত ধৰি ক্ষ/মা খুজিলে ধনঞ্জয় কুমাৰে।

30/08/2026

নেপালৰ ভয়ংকৰ বানৰ মাজতো আচৰিতভাৱে ৰক্ষা পৰিল এটা ঘৰ।
চৌদিশে পানীৰ তাণ্ডৱ, কিন্তু একো নহ’ল এই ঘৰটোৰ।
ইয়াৰ ৰহস্য কি..!

তামিলনাডু এক্সপ্ৰেছত ছুটকেছৰ ভিতৰত মহিলাৰ মৃ/তদে/হ-মণিপুৰৰ পৰা মূল অভিযুক্ত গ্ৰেপ্তাৰঃ
30/08/2026

তামিলনাডু এক্সপ্ৰেছত ছুটকেছৰ ভিতৰত মহিলাৰ মৃ/তদে/হ
-মণিপুৰৰ পৰা মূল অভিযুক্ত গ্ৰেপ্তাৰঃ

মেঘালয়ৰ পূব গাৰো পাহাৰত আৰক্ষীৰ গুলীত নিহত ৪জন ডকাইত।পুৱতি নিশা ৪ বজাত ছংছাকত নাকা তালাচীৰ সময়তে সংঘটিত হয় গুলীচালনা।আৰক...
30/08/2026

মেঘালয়ৰ পূব গাৰো পাহাৰত আৰক্ষীৰ গুলীত নিহত ৪জন ডকাইত।
পুৱতি নিশা ৪ বজাত ছংছাকত নাকা তালাচীৰ সময়তে সংঘটিত হয় গুলীচালনা।
আৰক্ষীলৈ লক্ষ্য কৰি ডকাইতৰ দলটোৱে গুলীচালনা কৰাৰ পাছতে প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চলায়।
নিহতসকল হৈছে আলাচন মাৰাক, আগিয়াৰ কালাম, কৃষ্ণাইৰ ববিদল আৰু দুধনৈৰ সুস্তম ৰাভা ওৰফে কাল্টু।

29/08/2026

জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ লিডুৰ শামুকজানত জুবিন গাৰ্গ সোঁৱৰণী শিশু উদ্যানৰ আধাৰশিলা স্থাপন, অংশগ্ৰহণ গৰিমা শইকীয়া গাৰ্গৰ।

28/08/2026

প্ৰচণ্ড বৰষুণৰ মাজতে পুৱাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত বজ্ৰপাত।
বজ্ৰপাতৰ ফলত ভাগি পৰিল গছৰ ডাল।
লগতে ক্ষতিগ্ৰস্ত হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশাল কাটআউট।

28/08/2026

মহানগৰীৰ অমৃত উদ্যানৰ সন্মুখত কৃত্ৰিম বান।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NE8 ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE8 ASSAM:

Shortcuts

Share