31/12/2025
ৰাজ্যবাসীলৈ ইংৰাজী নৱ বৰ্ষ ২০২৬ ৰ শুভেচ্ছা জ্ঞাপন বিশিষ্ট উদ্যোগী ,সমাজ সেৱক, সাংস্কৃতিক কৰ্মী তথা যুৱ নেতা মতলেবুদ্দিন আহমেদৰ ।
নতুন বছৰত আকৌ এখন নতুন চিনেমাৰ পৰিকল্পনা আছে তেখেতৰ । অভিমন্যু ৰ পাছত আকৌ এখন তেখেতৰ বিগ বাজেটৰ ছবি আহি আছে । নতুন বছৰৰ বিশেষ পৰিকল্পনাৰ কথাও তেখেতে কলে ।