Dainik Batori kontho

Dainik Batori kontho Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dainik Batori kontho, Media/News Company, hojai, Gauhati.
(1)

স্বাগতম {DBK NEWS} Dainik Batari Konthoলৈ
সমাজৰ প্ৰতিটো খবৰ, নিৰপেক্ষতা আৰু সততাৰে আপোনালৈ আগবঢ়াই দিয়াই আমাৰ লক্ষ্য।
সঁচা বাতৰি শুদ্ধ ৰূপত...
এক অসম, এক কণ্ঠ।
অসমৰ স্বাৰ্থত, আপোনাৰ কাষত।
Follow us - {DBK NEWS} Dainik Batari Kontho

01/07/2026

📌ডবকাৰ চাংমাজীত অপ*হৰ*ণৰ ঘটনা
📌মুক্তিপ*ণ দাবী অপহ*ৰণ*কাৰীৰ
🚨ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী

🚨গৌৰীপুৰত অবৈধ গো-হত্যাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ৫ জনক আটক, ৬৬ কেজিতকৈ অধিক গো-মাংস জব্দ।👉গৌৰীপুৰ আৰক্ষী থানাৰ SI(...
26/06/2026

🚨গৌৰীপুৰত অবৈধ গো-হত্যাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ৫ জনক আটক, ৬৬ কেজিতকৈ অধিক গো-মাংস জব্দ।
👉গৌৰীপুৰ আৰক্ষী থানাৰ SI(P) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত আৰক্ষীৰ দলে চৰালডাংগা গাঁৱৰ ৰামজান আলীৰ বাসগৃহত অভিযান চলায়।
👉আৰক্ষী দেখি পলাবলৈ চেষ্টা কৰা ৫ জন লোকক আটক কৰে আৰক্ষীয়ে।
👉আটকাধীন লোক কেইজন হৈছে: ৰামজান আলী, মেহদি হুছেইন, মেহবুব হুছেইন, আতিকুল আলম আৰু চাহিদ আলম।

কাছাৰৰ কাটিগড়াত গুমৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ১৭৭ গ্ৰাম হেৰ'ইন, আটক  ২ সৰবৰাহকাৰী। আটকাধীন সৰবৰাহকাৰ...
25/06/2026

কাছাৰৰ কাটিগড়াত গুমৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ১৭৭ গ্ৰাম হেৰ'ইন, আটক ২ সৰবৰাহকাৰী। আটকাধীন সৰবৰাহকাৰী কেইটা নগাঁৱৰ হাছান আলী আৰু ছিদ্দিকুল ইছলাম।

কেইটামান চেকেণ্ডত ভেনিজুৱেলাত দুটাকৈ বৰ ভূইঁকপ। ৭.২ আৰু ৭.৫ প্ৰাৱল‍্যৰ ভূমিকম্প‌ই কঁপাই যাই দেশখন। ৩২ গৰকাকীকৈ লোক নিহত ...
25/06/2026

কেইটামান চেকেণ্ডত ভেনিজুৱেলাত দুটাকৈ বৰ ভূইঁকপ। ৭.২ আৰু ৭.৫ প্ৰাৱল‍্যৰ ভূমিকম্প‌ই কঁপাই যাই দেশখন। ৩২ গৰকাকীকৈ লোক নিহত আৰু এহেজাৰতকৈঅধিকলোক আহত। প্ৰকৃতিৰ ভয়াৱহ ৰূপ..

🚨অসমৰ আগ শাৰীৰ জনপ্ৰিয় News portal _TimeNe Live ব্যক্তিগত কাৰণত বিক্ৰী কৰা হ'ব অতি কম মূল্যত গতিকে ইচ্ছুক ব্যক্তিয়ে যো...
25/06/2026

🚨অসমৰ আগ শাৰীৰ জনপ্ৰিয় News portal _
TimeNe Live ব্যক্তিগত কাৰণত বিক্ৰী কৰা হ'ব অতি কম মূল্যত গতিকে ইচ্ছুক ব্যক্তিয়ে যোগাযোগ কৰিব পাৰে ✅6002445807 / 7002462351
🚨 ক্ৰয় কৰাৰ উপযোগিতা
১/ মিলিয়ন মিলিয়ন Views
২/ মাহেকীয়া মুটা অংকৰ ধন উপাৰ্জন

**ভেনিজুৱেলাত একেৰাহে দুটা শক্তিশালী ভূমিকম্প, সুনামি সতৰ্কতা জাৰি**কাৰাকাছ, ভেনিজুৱেলা: বুধবাৰে সন্ধিয়া ভেনিজুৱেলাত এক...
25/06/2026

**ভেনিজুৱেলাত একেৰাহে দুটা শক্তিশালী ভূমিকম্প, সুনামি সতৰ্কতা জাৰি**

কাৰাকাছ, ভেনিজুৱেলা: বুধবাৰে সন্ধিয়া ভেনিজুৱেলাত একেৰাহে দুটা শক্তিশালী ভূমিকম্প সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, প্ৰথমটো ভূমিকম্পৰ তীব্ৰতা আছিল ৭.২ আৰু তাৰ কিছু সময় পিছতেই ৭.৫ তীব্ৰতাৰ আন এটা ভূমিকম্পে দেশখন কঁপাই তোলে।

ভূমিকম্পৰ ফলত ৰাজধানী কাৰাকাছৰ কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কিছুমান ভৱন ধ্বংস হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। উদ্ধাৰকাৰী দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অভিযান আৰম্ভ কৰিছে। হতাহতৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই যদিও বৃহৎ ক্ষয়-ক্ষতি আৰু বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।

ইফালে, ভূমিকম্পৰ পিছতে কেৰিবিয়ান সাগৰীয় অঞ্চলৰ কেইবাখনো দেশ আৰু উপকূলীয় এলেকাৰ বাবে সুনামি সতৰ্কতা জাৰি কৰা হৈছে। স্থানীয় প্ৰশাসনে উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ'বলৈ আহ্বান জনাইছে।

কৰ্তৃপক্ষই জনসাধাৰণক গুজৱত বিশ্বাস নকৰি কেৱল চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে।

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে হোজাই জিলা টাস্ক ফ’ৰ্চৰ (DLTF) উদ্যোগত আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনাত সমগ্ৰ জিলাখনত ...
24/06/2026

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে হোজাই জিলা টাস্ক ফ’ৰ্চৰ (DLTF) উদ্যোগত আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনাত সমগ্ৰ জিলাখনত এমহীয়া এক বিশেষ উদ্ধাৰ তথা সজাগতা অভিযান চলোৱা হৈছে।

এই অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন দোকান-পোহাৰ, নিৰ্মাণ কাৰ্য চলি থকা স্থান, ভঙা-চিঙা লো-প্লাষ্টিকৰ দোকান (Scrap shop), গেৰেজ আৰু ঘৰুৱা সহায়কাৰী হিচাপে কৰ্মৰত ১৮ বছৰৰ অনুৰ্ধৰ শিশু শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ধাৰাবাহিক তালাচী চলোৱা হৈছে।

FIFA বিশ্বকাপত ফ্ৰান্সৰ বৃহৎ জয়।
23/06/2026

FIFA বিশ্বকাপত ফ্ৰান্সৰ বৃহৎ জয়।

অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি‌ সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপ...
22/06/2026

অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি‌ সমষ্টিৰ সন্মানীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই বিধায়ক গৰাকীক শপত বাক্য পাঠ কৰোৱায়। মাননীয় অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনা কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি পৰিচালনা কৰে অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব শ্ৰী ৰাজীৱ ভট্টাচাৰ্য্যই।



📌আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত এনেদৰে যোগ সাধনা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
21/06/2026

📌আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত এনেদৰে যোগ সাধনা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

Address

Hojai
Gauhati
782445

Alerts

Be the first to know and let us send you an email when Dainik Batori kontho posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share