News Care 24

News Care 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা। Please Subscribes YouTube Channel https://www.youtube.com/

পুনৰ চৰ্চাত মানকাচৰৰ ৩ নেতা। হাজিৰহাট HPL Season-3 ৰ শুভাৰম্ভ অনুষ্ঠানত একেটা মঞ্চত বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায...
12/12/2025

পুনৰ চৰ্চাত মানকাচৰৰ ৩ নেতা। হাজিৰহাট HPL Season-3 ৰ শুভাৰম্ভ অনুষ্ঠানত একেটা মঞ্চত বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু কংগ্ৰেছ নেতা মহিবুৰ ৰহমান (বাপ্পি)। তিনিওজন নেতাই ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাই আছে।

12/12/2025

হাজিৰহাটত HPL Season-3 ৰ শুভাৰম্ভ।

২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী অধিবক্তা ছাহজাহান ইছলাম।
12/12/2025

২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী অধিবক্তা ছাহজাহান ইছলাম।

ফেকামাৰীত ৰুকুনুৰ জামানৰ সভা। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুন...
12/12/2025

ফেকামাৰীত ৰুকুনুৰ জামানৰ সভা। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুনুৰ জামান (লাবলু)।

12/12/2025

ফেকামাৰীত ৰুকুনুৰ জামান (লাবলু) ৰ নিৰ্বাচনী প্ৰস্তুতি সভা। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুনুৰ জামান।

12/12/2025

অহা ১৪ ডিচেম্বৰ, ৰবিবাৰ, হাটশিঙিমাৰী STAR CARE MEDICAL ত আহিব চৰ্মৰোগ বিশেষজ্ঞ Dr. B Bianca আৰু অস্হিশল্য ৰোগ বিশেষজ্ঞ Dr. Birimong Quinker, MS (Ortho) CMC VELLORE, আগতীয়াকৈ নাম লগাবলৈ যোগাযোগ কৰক (M) 7099909221

ধুবুৰী আৰক্ষীৰ সাফল্য। গৌৰীপুৰ আৰক্ষীৰ জালত জুৱাৰী। নগদ ধন সহ ম'বাইল জব্দ।
10/12/2025

ধুবুৰী আৰক্ষীৰ সাফল্য। গৌৰীপুৰ আৰক্ষীৰ জালত জুৱাৰী। নগদ ধন সহ ম'বাইল জব্দ।

ধুবুৰী আৰক্ষীৰ সাফল্য। নিচাজাতীয় সামগ্ৰী সহ আটক ২
10/12/2025

ধুবুৰী আৰক্ষীৰ সাফল্য। নিচাজাতীয় সামগ্ৰী সহ আটক ২

10/12/2025

"সাৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়"ত অহা ১৫ ডিচেম্বৰৰ পৰা হ'বলগীয়া "SILVER JUBILEE CELEBRATION" ৰ কাৰ্যসূচী বাতিল। অহা শনিবাৰে নিৰ্ধাৰণ হ'ব নতুন তাৰিখ।

08/12/2025

*অহা ১৭ তাৰিখৰ পৰা ২০ ডিচেম্বৰ লৈকে হাটশিঙিমাৰী ZAMAN BROTHERS TVS ত চলিব MEGA LOAN মেলা।

*লগতে ৩১ ডিচেম্বৰ লৈকে চলিব CHRISTMAS ধামাকা Offer

*যিসকল গ্ৰাহকে TVS কোম্পানীৰ Motor Cycle নাইবা Scooters কিনিব।

*সেই সকল গ্ৰাহকে বিনামূলীয়াকৈ পাব দুটাকৈ Helmet, Full Tank পেট্ৰল, Accessories আৰু আকৰ্ষণীয় উপহাৰ।

*যোগাযোগ নম্বৰ- 9957037057, 8099060899

07/12/2025

মই 100% কংগ্ৰেছৰ টিকট পাম। মন্তব্য- মানকাচৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুনুৰ জামান (লাবলু)।

মই 100% কংগ্ৰেছৰ টিকট পাম। মন্তব্য- মানকাচৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুনুৰ জামান(লাবলু)।
07/12/2025

মই 100% কংগ্ৰেছৰ টিকট পাম। মন্তব্য- মানকাচৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰুকুনুৰ জামান(লাবলু)।

Address

Hatsingimari, South Salmara Mankachar
Gauhati
783135

Alerts

Be the first to know and let us send you an email when News Care 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Care 24:

Share