Niyomiya Khabor Udalguri

Niyomiya Khabor Udalguri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Niyomiya Khabor Udalguri, News & Media Website, Gauhati.

03/09/2026

খাদ্যবস্তু তথা অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে কলাইগাওঁ আঞ্চলিক ছাত্ৰ সন্থাই l




31/08/2026

ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয় সমুখত ইউপিপিএল দলৰ বিভিন্ন গুৰুত্বপূৰ্ণ দাবী লৈ ধৰ্ণা কাৰ্যাসূচী

31/08/2026

ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয় সমুখত ইউপিপিএল দলৰ বিভিন্ন গুৰুত্বপূৰ্ণ দাবী লৈ ধৰ্ণা কাৰ্যাসূচী l

30/08/2026

👍VIRAL COLLEGE MA'AM
👍বিকালী কলেজৰ 'ভাইৰেল মেম'
👍ধূপধৰাৰ বিকালী কলেজৰ নৱাগত আদৰণি সভাত ভাইৰেল বুৰঞ্জী বিভাগৰ অধ্যাপিকা ৰশ্মি কলিতাৰ বিহু

30/08/2026

👍ওদালগুৰি জিলা সমিতি আৰু কলাইগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কলাইগাঁও চুজিৎ নাৰ্জাৰী পেক্ষা গৃহত কেইবা ঘণ্টা জুৰি এখনি নাগৰিক সভা অনুষ্ঠিত কৰা হয় সভাত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠ লোক সকলে একত্ৰিত হয় আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে জনগোষ্ঠী কেইটাৰ সংবিধানিক অধিকাৰৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিব l

29/08/2026

থলুৱা ঠিকাদাৰক উৎসাহিত কৰাৰ সলনি তেওঁলোকক পেটে-ভাতে মৰাৰ চক্ৰান্ত চলিছে জলসিঞ্চন বিভাগত! বিভাগটোৰ বিৰুদ্ধে সৰু সৰু থলুৱা ঠিকাদাৰৰ হাতৰ পৰা ঠিকাৰ কাম কাঢ়ি নি পেকেজ বনাই পুঁজিপতি ঠিকাদাৰক গতোৱাৰ চক্ৰান্ত চলোৱাৰ অভিযোগ। সেই চক্ৰান্তৰ বিৰুদ্ধে আজি প্ৰতিবাদলৈ ওলাল ওদালগুৰি থলুৱা ঠিকাদাৰ সন্থা।



28/08/2026

👍দুই হাজাৰ এশ কৌটিৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য অসম ৰাজ্যিক পৰিবহণ বিভাগৰ।ওদালগুৰিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰ্য্যবেক্ষণ সভা (Riview Meeting) . পোনপটীয়াকৈ বিটিচিৰ পাচ জিলাৰ লগত ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় পৰ্যবেক্ষণ সভা ।ইয়াৰ উপৰিও পৰিবহণ বিভাগৰ বাকী ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ লগত ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰে উক্ত সভা। আজি অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী চৰণ বড়ো ।

26/08/2026

অৱশেষত মুখ খুলিছে যশ আগৰৱালাৰ গাৰ্লফেণ্ড পূবালী দত্তই -
৭ বছৰৰ পৰা আমি ভাল বন্ধু হৈ আছোঁ।
ময়ো বিয়া হ'ম বুলিয়ে আছিলোঁ।
মই সোণৰ বস্তু চুৰ কৰাৰ কথা নাজানোঁ।
মোক অৰুণাচল ফুৰিবলৈ ১লাখ টকা দিয়াটো হয় ।
যশ আগৰৱালাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ পূবালী দত্তৰ l

#𝐣𝐨𝐫𝐡𝐚𝐭

26/08/2026

:👍ওদালগুৰি জিলাৰ কলাইগাওঁ অঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথ হৈছে ৰঙামাটি-কলাইগাওঁ পথ।এই পথটোৰেই কলাইগাওঁ সমলাবৰীত বিগত পাঁচমাহে নিৰ্মান হৈ আছে এটা কালভাৰ্ট কিন্তু এই কালভাৰ্টটোৰ কাম অতি নিম্ন মানদণ্ডৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Niyomiya Khabor Udalguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share