Goroimari Live

Goroimari Live News page for the people of Assam.

ড্ৰাগছ আৰু অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া...
27/05/2026

ড্ৰাগছ আৰু অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাক জোৰশিমূলী আঞ্চলিক আমছুৱে প্ৰদান কৰে কৃতজ্ঞতা আৰু মানপত্ৰ।

28/03/2026

ছমৰীয়া সমষ্টিৰ যুৱ প্ৰজন্মই কি কয়?

28/03/2026

বিধায়ক ৰেকিবুদ্দিন আহমেদক ৰাজহুৱা ভাৱে ক্ষমা খুজিবলৈ আহ্বান জনায় NDA প্ৰাৰ্থী নুৰুল ইছলামে

28/03/2026

ইমদাদ হুছেইনৰ পক্ষত এজন যুৱকৰ উদাত্ত ভাষণ।

28/03/2026

ৰেকিবুদ্দিনৰ বিৰুদ্ধে ইমদাদ হুছেইন জিন্দাবাদ ধ্বনিৰে ছমৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা শিলদল ভাঙি ওলাই আহিল শ শ ৰাইজ।

28/03/2026

নুৰি খান আৰু ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা অগপ নেতা ময়নুল হকৰ।

28/03/2026

ৰাইজৰ হেচাত কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ মাজলৈ ওভোতি আহিল ৱাৰ্ড সদস্য মিজানুৰ ৰহমান।

27/03/2026

ৰেকিবুদ্দিন আহমেদৰ ৰাজনৈতিক ৰণকৌশল গ'ম পায় AIUDF এ। ৰেকিবুদ্দিন আহমেদৰ সকলো প্লানিঙত AIUDF ৰ মানুহ জড়িত হৈ আছে বুলি দাবী কৰে AIDUF ৰ প্ৰাৰ্থী ইমদাদ হুছেইনৰ কন্ট্ৰল ৰূমৰ পৰা। ৰেকিবুদ্দিন আহমেদ এইবাৰ ধৰাসায়ী হ'ব বুলি নিশ্চিত কৰিছে AIUDF ৰ কন্ট্ৰল ৰূমৰ পৰা।

27/03/2026

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাধাৰণ ৰাইজ। আজীৱন কংগ্ৰেছক ভোট দিয়া সাধাৰণ জনতাই এইবাৰ ভোট নিদিয়ে ৰেকিবুদ্দিনক। শুনক ৰাইজৰ ভাষ্য।

26/03/2026

ৰেকিবুদ্দিন আহমেদৰ প্ৰতি অসন্তুষ্টি হৈ শতাধিক কংগ্ৰেছ সমৰ্থকে স্থানীয় প্ৰাৰ্থী ইমদাদ হুছেইনৰ নেতৃত্বত AIUDF ত যোগদান কৰে।

Address

Gumi Goroimari Road
Gauhati
781137

Telephone

+919854786319

Website

Alerts

Be the first to know and let us send you an email when Goroimari Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Goroimari Live:

Shortcuts

Share