D NEWS

D NEWS A Web Portal to publish news, programs, talk shows etc. 24x7 basically at Digital platform.
(3)

EDITOR: DIGANTA DAS
CONTACT NO.: 8822436756
MAIL ID: [email protected], [email protected]

15/10/2025

দিনটোৰ উক্তিঃ

✅“আমি ইতিমধ্যে স্পষ্ট কৈছোঁ, আমাৰ মূখ্য দাবী হ’ল যাতে কোনো প্ৰকৃত ভোটাৰক দিগদাৰী কৰা নহয়।
যদি প্ৰকৃত ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলি আছে, তেন্তে প্ৰতিবাদ অনিবাৰ্য।”

কুনাল ঘোষ,
তৃনমূল কংগ্ৰেছ নেতা

15/10/2025

15/10/2025

✅বাজপেয়ী ভৱনত ৰাজ্যিক বিষয়ববীয়া সভা

✅সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

✅লগতে উপস্থিত থাকে অ'বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্ত

15/10/2025

✅TOP 10 NEWS OF THE DAY

15/10/2025

✅দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ চৌধুৰীপামত ভয়ংকৰ ঘটনা
✅ঘৰত অভিভাৱক নথকাৰ সুযোগ লৈ শিৰচ্ছেদ কলেজীয়া ছাত্ৰীক
✅নুৰুল ইছলাম নামৰ লম্পটে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
✅ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত

15/10/2025

✅পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন
✅ এই সময়চোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্য়ৰ ভিন্ন মৃৎ শিল্পীসকল
✅হাজোৰে এগৰাকী ৭০ উৰ্ধৰ বৃদ্ধাও হৈ পৰিছে ব্যস্ত

15/10/2025

✅দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
✅ছিংগাপুৰৰ উচ্চায়ুক্তৰে সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন হয়
✅দিল্লীৰ অসম হাউছত অনুষ্ঠিত হৈছিল এই বৈঠক
✅জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত প্রসংগত আলোচনা হয়
✅হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ ঘটনা সন্দৰ্ভতো মন্তব্য আগবঢ়ায়

15/10/2025

✅শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
✅শ্যামকানু , সিদ্ধাৰ্থক বাক্সা কাৰাগাৰলৈ নিক্ষেপ
✅কাৰাগাৰেই শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপন, আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ নতুন ঠিকনা

15/10/2025

15/10/2025

✅বাক্সা কাৰাগাৰৰ সন্মুখৰ পৰিস্থিতি অধিক অৱনতি
✅দুপৰীয়াৰে পৰা হোৱা প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ
আত্মৰক্ষাৰ বাবে জে’লৰ ভিতৰলৈ আৰক্ষী-সাংবাদিক
✅ক্ৰমাৎ অধিক উত্তেজিত হৈছে প্ৰতিবাদী ৰাইজ
অহৰহ শূন্যলৈ গুলী আৰক্ষীৰ
✅আৰক্ষীৰ তিনিখনকৈ বাহনো জ্বলাই দিলে প্ৰতিবাদীয়ে
✅সমগ্ৰ বাক্সাত BNS 163 ধাৰা জাৰি
✅৫জনকৈ অধিক লোক সমৱেত হোৱাত নিষেধাজ্ঞা


মুছলপুৰৰ ঘটনাৰ পাছতে BNS 163 ধাৰা জাৰি
✅লাঠী, ছুৰী আদি কঢ়িওৱাতো নিষেধাজ্ঞা জাৰি
কাৰাগাৰৰ ৫০০মিটাৰলৈ নিষিদ্ধ সমাগম, ধৰ্ণা, প্ৰতিবাদ

15/10/2025

15/10/2025

✅আমিনগাঁৱস্থিত সৰলা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত EVOTECH FESTIVAL
✅আন্তঃবিদ্যালয় IT FESTIVAL অনুষ্ঠিত কৰা‌ হয়‌ ছাত্ৰ ছাত্ৰী সকলৰ মাজত

Address

Bortila, Santi Path, Borbari, Near Pratiksha Hospital
Gauhati
781036

Alerts

Be the first to know and let us send you an email when D NEWS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D NEWS:

Share