31/08/2026
🔴 ছিপাঝাৰৰ পাথৰিঘাটত ৰাইজৰ পথ অৱৰোধ!
জাল-জাকৈ লৈ পথৰ গাঁতত মাছ মাৰি অভিনৱ প্ৰতিবাদ ডাম্পাৰৰ দৌৰত বিধ্বস্ত পথ, পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ
#ছিপাঝাৰ #পাথৰিঘাট #পথঅৱৰোধ #ৰাইজৰপ্ৰতিবাদ #ডাম্পাৰ #পথৰদুৰৱস্থা