IND Axom 24

IND Axom 24 IND Axom is a Web Portal Channel from Assam & North East connecting people from different communities and providing a platform to all members.

10/08/2025
10/08/2025

04/08/2025

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰমৰ অধীনত বোকাখাতত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰৰ মুকলি ।
কেন্দ্ৰটো মুকলি কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ।
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ছহীদ কমলা মিৰি মহকুমা চিকিৎসালয়ত স্থাপন কৰা ডায়েলাইছিছ কেন্দ্ৰটোত ৪ বিচনা আৰু ৩টা অত্যধুনিক মেচিন উপলৱদ্ধ ।
ইয়াৰ লগত সংগতি ৰাখি অনুষ্টিত মুকলি সভাৰ অন্তত এক সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী সিংঘালে । ৰাজ্যৰ স্বাস্থ্য খণ্ড আৰু জলসিঞ্চন আঁচনিৰ সন্দৰ্ভত সংবাদমেলত কেতবোৰ স্পষ্টিকৰণ দাঙি ধৰে মন্ত্ৰীজনে

04/08/2025

পৰ্বতীয়া গাঁ‌ৱৰ বিষ্ণুজ্যোতি পথত গাঁ‌ওৰক্ষী বাহিনী আৰু ৰাইজৰ শ্ৰমদান কাৰ্যসূচী।।

03/08/2025

ভাৰতীয় জনতা পাৰ্টি ,অসম প্ৰদেশ চাহ জনগোষ্ঠী মৰ্চাৰ দ্বিতীয়বাৰৰ নিযুক্ত সভাপতি শ্ৰী দুলেন নয়কক গৃহ জিলা যোৰহাটত উষ্ম আদৰণি। মৰিবাবেয়নিৰ অভিনন্দন অনুষ্ঠানত চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে বি জে পি অসম প্ৰদেশৰ সম্পাদক শ্ৰী সিদ্ধাঙ্কু অংকুৰ বৰুৱা দেৱকো গৃহ জিলাৰ চাহ জনগোষ্ঠী মৰ্চাই সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত বহুসংখ্যক ন পুৰনি কাৰ্যকতাৰে উখল মাখল পৰিবেশৰ সৃষ্টি হয়। কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা , মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মি দেৱৰ লগতে কেইবাগৰাকী জেষ্ঠ কাৰ্যকৰ্তাই ভাষন ৰাখে।

03/08/2025

শিৱসাগৰৰ নাজিৰা লক্ষ্মীজানৰ আটছা নেতাৰ জঘন্য কাণ্ড*

03/08/2025

ঐতিহাসিক ধোদৰ আলিত দেওবাৰে পুৱটি নিশা সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা,গছত খুন্দিয়াই পথাৰত বাগৰি পৰিল শিল কঢ়িয়াই অনা ডাম্পাৰ বাহন।শিৱসাগৰ জিলাৰ টিঙিৰীপাম গোহাঁই পথাৰস্থিত ঐতিহাসিক ধোদৰ আলি পথত দেওবাৰে পুৱতি নিশা নাজিৰা দিশৰ পৰা আহি থকা এখন শিল ভৰ্ত্তি ডাম্পাৰ বাহনে পথৰ কাষতে থকা এজোপা গছত খুন্দিয়াই পথাৰত বাগৰি পৰে।ডাম্পাৰে খুন্দিওৱা গছজোপা উভালি পৰে।ডাম্পাৰৰ যান্ত্ৰিক বিজুতি ঘটাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।এই দুৰ্ঘটনাত বাহন খনৰ ক্ষতিসাধন হৈছে যদিও চালক জনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে।দেওবাৰে পুৱা নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে।

02/08/2025

আজি ওদালগুৰিৰ কলাই গাওঁ আৰু বেংবাৰীত ড° হিমন্ত বিশ্ব শৰ্মা। বি-টি-আৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ।

02/08/2025

গায়ন গাঁ‌ওত কেলিগোপাল অংকীয়া নাটৰ বাবে চলিছে জোৰদাৰ আখৰা

02/08/2025

সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ বিস্তৃত অঞ্চল বেদখলমুক্ত।

সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন সহিতে বি জে পিৰ মুখপাত্ৰ শ্ৰী সুৰঞ্জন দত্ত গোলাঘাট জিলা বি জে পিৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ আৰু কেইবাগৰাকী বি জে পি কাৰ্যকৰ্তাই উৰিয়ামঘাটৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰে। বেদখল মুক্ত কংকৃটৰ বৃহৎ বৃহৎ অট্টালিকা। সকলোৱে একে মুখে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন।

01/08/2025

ডিমৌৰ দা ধৰা কলবাৰীত শুক্ৰবাৰে উদ্ধাৰ হল এটা বিষাক্ত সাপ

Address

Guwahati
Gauhati
GUWAHATI

Alerts

Be the first to know and let us send you an email when IND Axom 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share