27/07/2025
"কলাজ" ৰ ট্ৰেইলাৰ…
১ আগষ্টত শুভমুক্তি, ৮০-৯০ ৰ ঘটনা সামৰি…
বৰ্তমান অসমীয়া চিনেমাৰ যুগ। ইখনৰ পিছত সিখনকৈ অসমীয়া ছবিৰ মুক্তিৰ তাৰিখৰ ঘোষণাই অসমীয়া চলচ্চিত্ৰপ্ৰেমী ৰাইজক আকৰ্ষিত কৰিছে।
আপোনালোকে একচন, ড্ৰামা, কমেডিৰ লগতে এখন জীৱন আধাৰিত ছবিও উপভোগ কৰিলে। কিন্তু এইবাৰ অলপ বেলেগ সোৱাদ ল'বলৈ সাজু হওক "কলাজ" ৰ জৰিয়তে। এইখন এখন সামাজিক ছবি যদিও "কলাজ" ত আপোনালোকে দেখিব আমাৰ অসমৰ এটা এনে বাস্তৱ ৰূপ, যিটো আমি প্ৰজন্ম ধৰি প্ৰজন্মই বুকুত ধৰি ৰাখিব লাগিব। পূৰ্বৰ অসমবাসীয়ে সন্মুখীন হোৱা সমস্যাৰাজি তথা সামাজিক ব্যাধিক আপোনালোকে দেখিবলৈ পাব এই ছবিখনত।
অমৰ দীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। ট্ৰেইলাৰটো আপোনালোকলৈ আগঢ়ালোঁ-
Collage Assamese Movie
Kula Kuldip
゚viralfbreelsfypシ゚