NewzNow হামদেৰ জীৱন

NewzNow হামদেৰ জীৱন আপোনাৰ বিশ্বাস আমাৰ সততা। আমি সাজু হৈ?
(1)

13/12/2025

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সন্মানীয় SIES চন্দ্ৰশেখৰ সৰস্বতী ৰাষ্ট্ৰীয় সন্মান

PUBLIC LEADERSHIP শিতানত মুখ্যমন্ত্ৰীলৈ এই সন্মান জনাই ছাউথ ইণ্ডিয়ান এডুকেশ্যন ছ'চাইটীয়ে

13/12/2025

"১৯৯৭ৰ পৰা জুবিনৰ লগত বন্ধুত্ব আছিল। হঠাৎ জুবিন গাৰ্গৰ কি হৈ গ'ল একোৱেই গম নাপালো। অসমৰ মানুহে জুবিনক বহুত মৰম দিছে"। গুৱাহাটীত উপস্থিত হৈ বন্ধু জুবিন গাৰ্গক সোঁৱৰিলে প্ৰখ্যাত কন্ঠশিল্পী ছনু নিগমে।

13/12/2025

হায়দৰাবাদত লিয়'নেল মেছিক সাক্ষাৎ কৰিলে ৰাহুল গান্ধীয়ে

13/12/2025

চলিত মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নৱনিৰ্মীত গুৱাহাটী বিমান বন্দৰ আৰু নামৰূপ সাৰ কাৰখানাৰ নতুন ইউনিট। গৃহমন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিব গুৱাহাটীত ৫,০০০ আসনযুক্ত নৱনিৰ্মীত প্ৰেক্ষাগৃহ। শনিবাৰে বটদ্ৰৱাত এই কথা সদৰী কৰিলে পীযুষ হাজৰিকাই।

13/12/2025

দলগাঁৱত বাঘৰ স*ন্ত্ৰাস

নি*ধন কৰিলে তিনিটাকৈ ছাগলী

13/12/2025

ডিব্ৰুগড়ত মিলন জ্যোতি সংঘৰ উদ্যেগত ১০ দিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। দ্বিতীয় দিনাৰ গ্ৰন্থমেলাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

13/12/2025

ডেৰাডুনস্থিত 'ইণ্ডিয়ান মিলিটেৰী একাডেমি'ত পুশ্ব আপ মাৰিলে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে।শনিবাৰে ভাৰতীয় সেনা একাডেমিৰ পৰা উৰ্ত্তীণ হোৱা ৪২৫ গৰাকী বিষয়াৰ পাষ্ট আউট পেৰেডৰ পাছতেই দেখা গ'ল এই দৃশ্য।

13/12/2025

গোৱৰ্দ্ধনাৰ পৰা ননকে খাগ্ৰাবাৰীলৈ চলি থকা খনন বন্ধৰ নিৰ্দেশ

দীৰ্ঘ সময়ৰে পৰা বেকী নৈত চলি আছিল খনন কাৰ্য

চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়তে ৪ ক্রিকেটাৰক নিলম্বন ACAৰ মেচ ফিক্সিঙৰ অভিযোগত নিলম্বন ৪  ক্ৰিকেটাৰ
13/12/2025

চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়তে ৪ ক্রিকেটাৰক নিলম্বন ACAৰ

মেচ ফিক্সিঙৰ অভিযোগত নিলম্বন ৪ ক্ৰিকেটাৰ

13/12/2025

জুবিন‌ হ*ত্যাৰ চাৰ্জশ্বীটক আদৰণি একাংশ অনুৰাগীৰ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ ধন্যবাদ জ্ঞাপন অনুৰাগী সকলৰ

13/12/2025

যোৰহাট আৰক্ষীৰ সফল অভিযান, কিন্তু ইয়াৰ বিপৰীতে আৱকাৰী বিভাগৰ ভূমিকা লৈ উঠিছে প্ৰশ্ন

13/12/2025

অসমত LJP দলৰ ৰাজ্যিক সভাপতি নিযুক্তি

আহমেদ আলী আয়ুবীক সভাপতিৰ দায়িত্ব

সভাপতিৰ দায়িত্ব লৈয়ে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত আহমেদ আলী আয়ুবী

Address

House No/4, Samannay Path, Survey
Gauhati
781028

Alerts

Be the first to know and let us send you an email when NewzNow হামদেৰ জীৱন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow হামদেৰ জীৱন:

Share