NETV Digital

NETV Digital Assamese Web News Channel

01/06/2026

অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল যোৰহাটবাসীৰ। শনিবাৰে যোৰহাটৰ পৰা নিৰুদ্দেশ হোৱা ৪ শিক্ষাৰ্থীক উদ্ধাৰ শ্বিলঙত। ইতিমধ্যে যোৰহাট ...
01/06/2026

অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল যোৰহাটবাসীৰ। শনিবাৰে যোৰহাটৰ পৰা নিৰুদ্দেশ হোৱা ৪ শিক্ষাৰ্থীক উদ্ধাৰ শ্বিলঙত। ইতিমধ্যে যোৰহাট ISBT থানাৰ পৰা ছাত্ৰ-ছাত্ৰী কেইজনক উদ্ধাৰ কৰিবলৈ ৰাওনা হৈছে আৰক্ষীৰ এটি দল।

দল সলনি নকৰে শ্বেৰমান আলীয়ে
01/06/2026

দল সলনি নকৰে শ্বেৰমান আলীয়ে

আছু নেতা মাধুৰ্য্য বৰ্মণৰ হত্যাকাৰী ৰ'জ আলীক এনকাউণ্টাৰ৷
01/06/2026

আছু নেতা মাধুৰ্য্য বৰ্মণৰ হত্যাকাৰী ৰ'জ আলীক এনকাউণ্টাৰ৷

২৩ বছৰীয়া যুৱক আৰু ৬৮ বছৰীয়া প্ৰাক্তন বেংক বিষয়াৰ বিবাহ।
31/05/2026

২৩ বছৰীয়া যুৱক আৰু ৬৮ বছৰীয়া প্ৰাক্তন বেংক বিষয়াৰ বিবাহ।

দাইল চেনী নিমখ দিয়া সুলভ মূল্যৰ দোকানত নিদিয়ে।
31/05/2026

দাইল চেনী নিমখ দিয়া সুলভ মূল্যৰ দোকানত নিদিয়ে।

30/05/2026
গোলাঘাট মৌখোৱা গাঁৱৰ জেবিন চুলতানা নামৰ এই মহিলা গৰাকীয়ে লুৰুকীহাটৰ স্বামী গৃহৰ পৰা নগদ ৮০ হাজাৰ টকা, তিনি তোলা সোণৰ অল...
30/05/2026

গোলাঘাট মৌখোৱা গাঁৱৰ জেবিন চুলতানা নামৰ এই মহিলা গৰাকীয়ে লুৰুকীহাটৰ স্বামী গৃহৰ পৰা নগদ ৮০ হাজাৰ টকা, তিনি তোলা সোণৰ অলংকাৰ আৰু অন্যান্য নথি পত্ৰ লৈ পলাই গৈছে। কালি (২৫-০৫-২০২৬) দিনৰ প্ৰায় ১১ বজাত নিজ কন্যাক স্কুলৰ পৰা আনিবলৈ বুলি গৈ সুযোগ বুজি বয়-বস্তু সহ মহিলা গৰাকী উধাও হয় । কোনো লোকে এই ছদ্মবেশী মহিলা গৰাকীৰ সম্ভেদ পালে +91 6001161508 নম্বৰত অথবা স্থানীয় আৰক্ষীক অৱগত কৰে যেন।

30/05/2026

পশ্চিম বংগত মছলমান লোকক বদনাম কৰিবলৈ হিন্দু যুৱকে কৰিলে এই কাম

আচল কথাটো হ’ল— বিজেপি জিকিল বাবে ভয়তে গৰু কুৰবানী নিদিয়ে৷ মুখত কৈ আছে হিন্দুৱে বেয়া পোৱাৰ কাৰণে এইবাৰ গৰু কুৰবানী নিদিয়ে...
30/05/2026

আচল কথাটো হ’ল—

বিজেপি জিকিল বাবে ভয়তে গৰু কুৰবানী নিদিয়ে৷ মুখত কৈ আছে হিন্দুৱে বেয়া পোৱাৰ কাৰণে এইবাৰ গৰু কুৰবানী নিদিয়ে৷

-শিখা শৰ্মা

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NETV Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NETV Digital:

Share