Assam Business Academy

Assam Business Academy আহক আমি সকলোৱে মিলি এখন সুস্থ- সবল স্বাৱলম্বী অসম গঢ়াৰ পথত একেলগে আগুৱাই যাও।

30/11/2025
30/11/2025
Materials Send To Badarpur,Cachar District,Assam
12/11/2025

Materials Send To Badarpur,Cachar District,Assam

Give Your Opinion to Us👍❤️
29/10/2025

Give Your Opinion to Us👍❤️

Materials Send to Lakhimpur Assam Assam Business Academy
29/10/2025

Materials Send to Lakhimpur Assam Assam Business Academy

29/10/2025

Dhupkathi Business Start Kanakoy koribo Janibo Bisarise Jodi Video Tu Bhalkoy Sabo... Thank you

27/10/2025

অসমীয়া চিনেমাৰ সোণালী যুগৰ খ্যাতনামা যশস্বী অভিনেতা নিপন গোস্বামীদেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো।

26/10/2025

Loan কেনেকৈ পাব।বেংকে মাতি মাতি লোন Loan দিব।CIBIL Score: 750+ কেনেকৈ পাব? |

23/10/2025

ধনীৰ ঘৰ Bank-এ কিয় বাজেয়াপ্ত নকৰে? 🤯
​ধনী ব্যৱসায়ীয়ে Bank Loan মাৰিলে তেওঁৰ ব্যক্তিগত সম্পত্তি সুৰক্ষিত হৈ থাকে, কিন্তু দুখীয়াৰ ঘৰ-বাৰী Bank-এ লৈ যায়। 😱 এইটো কিয় হয়?
​👉 আচলতে, ই ধনী বা দুখীয়াৰ প্ৰশ্ন নহয়, ই হৈছে আপোনাৰ ব্যৱসায়ৰ গঠনৰ প্ৰশ্ন!
​Partnership/Proprietorship-ত আপোনাৰ দায়বদ্ধতা অসীমিত (Unlimited Liability), যাৰ বাবে আপোনাৰ নিজা সম্পত্তিও Risk-ত থাকে।
​কিন্তু Private Limited Company-ত কি হয়? ⬇️
​ভিডিঅ'টোত চাওক, কেনেকৈ এটা সৰু শব্দ 'Limited'-এ আপোনাৰ সকলো সম্পত্তি সুৰক্ষিত কৰি ৰাখে
​🔥 Question for You:
কোনটো অংশীদাৰী ব্যৱসায়ত (Partnership) Liabilities সীমিত হয়?
Answer in the comments! 👇

17/10/2025

Address

Beltola Bozer Road, Beltola Tiniali
Gauhati
781028

Telephone

+916002062628

Website

Alerts

Be the first to know and let us send you an email when Assam Business Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Business Academy:

Share