NewzNow National

NewzNow National An Assamese/English/Hindi/Bangla Daily tabloid for an evolved and informed Northeastern.. Follow us and stay updated about the gateway to Northeast India.

14/12/2025

পৰিয়ালকেন্দ্ৰীক ৰাজনীতি অৱসান বিচাৰি বিকল্প নেতাৰ সন্ধানত চামগুৰিবাসী

ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক নিবিচাৰে সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে

তানজিলৰ বিৰুদ্ধে চাৰি জনে বিচাৰিব কংগ্ৰেছৰ টিকট

14/12/2025

'জুৱিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যামকানু মহন্ত যিমান জগৰীয়া পৱিত্ৰ মাৰ্ঘেৰিটাও সমানে জগৰীয়া'

কিয় ক'লে বিধায়ক অখিল গগৈ ?

'অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু আজমল একে দলৰে মানুহ''আটাইকেইজন একেলগেই থাকে, কেৱল মাজে মাজে বাহিৰত নাটক কৰে': ম...
14/12/2025

'অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু আজমল একে দলৰে মানুহ'

'আটাইকেইজন একেলগেই থাকে, কেৱল মাজে মাজে বাহিৰত নাটক কৰে': মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

14/12/2025

'২৬ৰ নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাকলৈ গৌৰৱ গগৈয়ে গুৰুত্ব দিয়া নাই'

বিষয়টো শীঘ্ৰে গুৰুত্ব দিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ

ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ওপিয়াম সহ ২৫ লাখ টকা নগদ ধন  উদিয়ানাৰ মন্টুল আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ ৮০ কিলো...
14/12/2025

ৰঙিয়াত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ওপিয়াম সহ ২৫ লাখ টকা নগদ ধন

উদিয়ানাৰ মন্টুল আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ ৮০ কিলোগ্ৰাম ওপিয়াম সহ ধন

14/12/2025

'𝐑𝐒𝐒 আৰু মুছলিমলীগৰ পুৰণি সম্পৰ্ক আছে'

'পাকিস্তানৰ লগত চোৰাং চোৱাৰ অপৰাধত যিমান লোক গ্ৰেপ্তাৰ হৈছে ৯০ শতাংশ লোকে হিন্দু সম্প্রদায়ৰ লোক, তাৰে বহুলোকত 𝐑𝐒𝐒 ৰে সম্পৰ্ক আছে '

'তেওঁলোকে সদায় মুছলমানক গালি পাৰে দেশদ্রোহী পাকিস্তানৰ এজেণ্ট বুলি কয়'

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিস্ফোৰক মন্তব্য

14/12/2025

'SITয়ে যিখন চাৰ্জশ্বীট দিছে সেইখন মাথো এখন কাগজৰ টুকুৰা'

'ঘটনাস্থলীলৈ নোযোৱাকৈ দিয়া চাৰ্জশ্বীট এখন কেতিয়াও মানিব পৰা নোৱাৰি'

'পূথিৱীৰ প্ৰথমখন চাৰ্জশ্বীট যিখন সাধু কথাৰ দৰে চাৰ্জশ্বীট দিয়া হৈছে'

'এই চাৰ্জশ্বীট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মানুহক দিয়া আটাইতকৈ মিছা সাধুকথা'

-অখিল গগৈ

14/12/2025

তামাৰহাটৰ কামানডাঙ্গাত দিবা-নৈশ ভলিবল প্ৰতিযোগিতা

অংশগ্ৰহণ কৰে তেলেংগানা, কেৰালা,‌ ৰাজস্থান, উড়িষ্যা, পশ্চিমবংগ আদি কৰি কেইবাখনো বহিঃৰাজ্য খেলুৱাইয়ে

ড্ৰাগছ, মদ, জুৱা, মোবাই ফোন আদিৰ পৰা যুৱ সমাজক পৰিত্ৰাণ কৰি খেলৰ প্ৰতি আগ্ৰহ কৰাৰ উদ্দেশ্যে মহান প্ৰয়াস

14/12/2025

'চাৰ্জশ্বীটক লৈ মই একেবাৰে সন্তুষ্ট নহয়'।'চাৰ্জশ্বীটখন গৰিমাই কিয় গ্ৰহণ কৰিছে সেয়াও মোৰ ভাল লগা নাই'
-অভিনেতা ৰবি শৰ্মা

14/12/2025

বিহাৰৰ নিৰ্বাচনত ১৯খন আসন দখল কৰি ২৬ৰ অসম বিধানসভা নিৰ্বাচনলৈ মন মেলিছে বিহাৰৰ লোক জনশক্তি পার্টিয়ে

অসমৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লাভ আহমেদ আলি আয়ুবীৰ

14/12/2025

"আজিৰ পৰা মোক কোনোবাই মিঞা বুলি ক'লে মোৰ হাত উঠি যাব"

প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ হুংকাৰ

14/12/2025

সতী ৰাধিকা শান্তি উদ্যানত ফুৰিবলৈ গৈ নিৰ্যাতনৰ সন্মুখীন হ'ল যুৱতী। NDRF ৰ জোৱানৰ নিৰ্যাতনৰ বলি এগৰাকী যুৱতী।স্থানীয় লোকৰ সহযোগত কাণত ধৰাই আঁঠু কঢ়াই NDRFৰ জোৱানজনক।

Address

Gauhati
781038

Telephone

+919613024168

Alerts

Be the first to know and let us send you an email when NewzNow National posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow National:

Share