24/02/2026
♦️গুৱাহাটী জি,এছ ৰোডৰ সমীপত লাচিত নগৰ'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যালয় ৰাজীৱ ভৱন'ৰ সন্মুখত NSUI ৰ বিজেপি বিৰোধী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
♦️কেইবাজনো প্ৰতিবাদকাৰী সৈতে অসম আৰক্ষীৰ জোৱান ৰ সৈতে হতাহতি হোৱা পৰিলক্ষিত হয়।
♦️প্ৰতিবাদকাৰী সকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰশাসনে প্ৰতিবাদকাৰীক চুচৰাই লৈ আনে আৰু প্ৰতিবাদ দমন কৰিবলৈ সক্ষম হয়।
♦️প্ৰতিবাদ স্থলীত অসম আৰক্ষীৰ জোৱান আৰু ছি,আৰ,পি,এপ জোৱান সষ্টম হৈ থাকে।