News Live Digital

News Live Digital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Live Digital, Media/News Company, Srimanta Sankardeva Path, Gauhati.
(3)

This is the page of News Live Digital, the digital wing of Northeast India's most watched & highest TRP grosser 24x7 Satellite News & Infotainment Channel NEWS LIVE

23/08/2025

🔸 গুৱাহাটী বিশ্ববিদ্যালয়ত মাদানীৰ প্ৰতিচ্ছদি দাহ কৰি প্ৰতিবাদ শিক্ষাৰ্থীৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি মাদানী মূৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে। হাতে হাতে মুখ্যমন্ত্ৰীৰ ফটো লৈ ওলাই আহে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল।

📌 কৰ্ণাটকৰ কংগ্ৰেছী বিধায়ক কে চি বীৰেন্দ্ৰক গ্ৰেপ্তাৰ EDৰ📌 বৃহৎ পৰিমাণৰ ধন, সোণসহ গ্ৰেপ্তাৰ কংগ্ৰেছী বিধায়কজনক 📌 জব্দ: ন...
23/08/2025

📌 কৰ্ণাটকৰ কংগ্ৰেছী বিধায়ক কে চি বীৰেন্দ্ৰক গ্ৰেপ্তাৰ EDৰ
📌 বৃহৎ পৰিমাণৰ ধন, সোণসহ গ্ৰেপ্তাৰ কংগ্ৰেছী বিধায়কজনক
📌 জব্দ: নগদ ১২ কোটি টকা, ১ কোটি বিদেশী মুদ্ৰা, ৬ কোটি টকাৰ সোণৰ গহণা, ১০ কেজি ৰূপৰ সামগ্ৰী
📌 জব্দ: বিশ্বৰ বিভিন্ন দেশৰ কেচিন'ৰ প্ৰ-পত্ৰ, ক্ৰেডিট কাৰ্ড, বেংকৰ বিভিন্ন নথি-পত্ৰ
📌 বিশ্বৰ বিভিন্ন দেশৰ বিলাসী হোটেলৰ সদস্যৰ প্ৰ-পত্ৰও জব্দ EDৰ
📌 দীৰ্ঘদিন ধৰি দুৰ্নীতিৰে ধন সংগ্ৰহ কৰি আহিছিল কংগ্ৰেছী বিধায়কজনে

23/08/2025

🔸 অৰুণাচল প্ৰদেশৰ নাহৰলগুনত ভয়ংকৰ ঘটনা
🔸 আৰক্ষীৰ আবাস গৃহতে উদ্ধাৰ অসমৰ এজন কিশোৰৰ মৃতদেহ
🔸 পিতৃৰ চাকৰিৰ সূত্ৰে অৰুণাচলৰ নাহৰলগুনত আছিল পৰিয়ালটো
🔸 মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে অসমলৈ আহি পুনৰ অৰুণাচললৈ ঘূৰি গৈছিল নিতুল নাথ
🔸 পিতৃৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোক আছিল গুৱাহাটীত
🔸 পৰিয়ালৰ লোক গুৱাহাটীত থকাৰ সময়তে নিতুল নাথ নামৰ কিশোৰজনক হত্যা
🔸 সম্প্ৰতি লখিমপুৰৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে বাইহাটা চাৰিআলিৰ দুৰ্ভগীয়া পৰিয়ালটোৱে

23/08/2025

🔸 শঙ্কৰী-সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সম্পদ থিয় নামেৰে বিশ্বাভিলেখ গঢ়াৰ প্ৰয়াস৷ দেওবাৰে বৰপেটা জিলাৰ হাউলীৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত সাত হেজাৰ মহিলাই সমবেত হৈ পৰিবেশন কৰিব থিয়নাম৷ এপ্ৰিল মাহৰ পৰাই থিয় নামৰ প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে অভিলেখৰ বাবে৷

23/08/2025

📌 ৰাজ্যৰ ৪০ লাখ মহিলা হ'ব লাখপতি। জাগীৰোডত ৩৭ হাজাৰ ৭১৩গৰাকী মহিলাক লাখপতি বাইদেউৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ। প্ৰথম ১০ হাজাৰ টকা ভালকৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তী দুটা পৰ্যায়ত পাব ৭৫ হাজাৰকৈ টকা।

23/08/2025

📌 লখিমপুৰ জিলা কংগ্ৰেছত বিসম্বাদ, মুকলি বিদ্ৰোহ
📌 গৌৰৱ গগৈয়ে নিযুক্তি দিয়া সভাপতিৰ বিৰুদ্ধে ক্ষোভ
📌 সভাপতি গংগাজ্যোতি টায়েগামৰ বিৰুদ্ধে বিসম্বাদ
📌 জিলা CONGৰ সাধাৰণ সম্পাদক দেৱকুমাৰ দাসৰ পদত্যাগ
📌 সভাপতিৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষোভ
📌 BLO সন্মিলনৰ পূৰ্বে লখিমপুৰত পদত্যাগৰ জোঁৱাৰ

23/08/2025

📌 মহানগৰীৰ ৱায়াৰলেছত কেইবালাখ টকাৰ জালনোট জব্দ
📌 ৫০০ টকীয়া জালনোটৰ মুঠ ৮ লাখ ৫৪ হাজাৰ টকা জব্দ
📌 ক্ৰাইম ব্ৰাঞ্চে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ
📌 জালনোট জালনোটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেজপুৰৰ জাহিদুল আলী নামৰ এটা সৰবৰাহকাৰী আৰক্ষীয়ে

23/08/2025

📌 মাদানীৰ কু-মন্ত্ৰণা, মৌন কংগ্ৰেছ, উচ্ছেদ চলোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰীক
📌 জমিয়ত মানেই কংগ্ৰেছ, কংগ্ৰেছ মানেই জমিয়ত, মৌলানা মাদানী মানেই মিঞা, মিঞা মানেই কংগ্ৰেছ
📌 মিঞা মুছলমানক উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি জমিয়তে লোৱা সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে
📌 মিঞাৰ পক্ষ লোৱা জমিয়তৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছৰ সাহস নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
📌 কংগ্ৰেছ অচিনাকী মানুহৰ চৰ্দাৰ বুলি কটাক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
📌 অসম চৰকাৰে চলোৱা উচ্ছেদৰ লগত প্ৰতিজন খিলঞ্জীয়া আছে, নিমাতী কইনা কংগ্ৰেছ আৰু মৌলানা মাদানীক সকীয়নি দল-সংগঠনৰ

23/08/2025

📌 হৃদয়বিদাৰক, মানৱতাৰ চূড়ান্ত স্খলন
📌 শিৱসাগৰৰ আমগুৰিত বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ এটা নৰকংকাল
📌 ৩ মাহৰ পিছত উদ্ধাৰ হ’ল পোনা গগৈৰ নৰকংকাল
📌 পাৰিবাৰিক সংঘাতত ঘৰ এৰি ভাড়াঘৰত থকা পত্নী-কন্যাই গমেই নাপালে
📌 গাঁওৰক্ষী বাহিনী আৰু গাঁওপ্ৰধানে উদ্ধাৰ কৰে পোনা গগৈৰ মৃতদেহ
📌 এই বাতৰিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ, কোন দিশে আজিৰ সমাজ?

23/08/2025

📌 মহানগৰীৰ কাহিলীপাৰাতো মাদানীৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ। মাদানীৰ পুত্তলিকা দাহ কৰি চেণ্ডেলৰ মালা পিন্ধালে টাইপাই। মিঞা, মাদানীৰ দপদপনি নচলিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ।

23/08/2025

📌 অসমত কোনো মাদানীৰ কথা নচলিব, ডিব্ৰুগড়ত মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ দল-সংগঠনৰ

23/08/2025

ৰাঙলুত স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেক উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Address

Srimanta Sankardeva Path
Gauhati
781005

Alerts

Be the first to know and let us send you an email when News Live Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Live Digital:

Share