Star Assam

Star Assam সত্য খবৰ, সুন্দৰ মনোৰঞ্জন
(1)

বঙাইগাঁও মেডিকেল কলেজৰ সন্মুখত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। এখন হোটেলৰ বাৰান্দাত ৰহস্যজনক অৱস্থাত পৰি আছে মৃতদেহটো। ঘটন...
05/09/2026

বঙাইগাঁও মেডিকেল কলেজৰ সন্মুখত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। এখন হোটেলৰ বাৰান্দাত ৰহস্যজনক অৱস্থাত পৰি আছে মৃতদেহটো। ঘটনাস্থলীত উপস্থিত বঙাইগাঁও সদৰ আৰক্ষী।

আজি শিক্ষক দিৱস .......প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা
05/09/2026

আজি শিক্ষক দিৱস .......

প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা

আজি শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী।
04/09/2026

আজি শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমী।

03/09/2026

🔴ব্যতিক্ৰম গ্রুপৰ উদ্যোগত আৰু Career Spark ৰ সহযোগত
"গুৰু গৌৰৱ সন্মান ২০২৬" অনুষ্ঠান অনুষ্ঠিত হয় গুৱাহাটীৰ মাছখোৱাত অৱস্থিত ITA প্ৰকল্পত

03/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমীক কেন্দ্ৰ কৰি প্ৰতিবছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ হৰেকৃষ্ণ মন্দিৰত বিশাল আয়োজন।
হৰে কৃষ্ণ মুভমেণ্ট, গুৱাহাটীৰ উদ্যোগত আজি ৩ ছেপ্টেম্বৰৰ পৰা অহা ৫ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান।
আজি প্ৰথমদিনাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় হৰেকৃষ্ণ মন্দিৰত ।
৪,৫ ছেপ্টেম্বৰ ৰ কাৰ্যসূচীৰ কথাও উল্লেখ কৰে ।অসমৰ বহু কেইগৰাকী বিধায়ক মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা ।
উদ্যোক্তা সকলে এইবাৰ ৫০ হেজাৰতকৈ অত্যধিক
ভক্তৰ সমাগম হব বুলি আশা কৰিছে।
আয়োজকসকলে অনুষ্ঠানৰ বিস্তৃত কাৰ্যসূচী সদৰী কৰে।

03/09/2026

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা উদযাপনৰ সামৰণি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত

কিংবদন্তি সাংস্কৃতিক মহীৰূহ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদযাপনৰ আজি অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত (RGU) এক গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্যতম মুখ্য আকৰ্ষণ আছিল Dr. Bhupen Hazarika: The Man and His Times – The Bhupen Hazarika Oration Series, Volume 1 শীৰ্ষক গ্ৰন্থখনৰ উন্মোচন। পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ড° মানস চৌধুৰীয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটী, RGUৰ ইমেৰিটাছ অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিজৰ শৈশৱৰ দিনৰ ড° ভূপেন হাজৰিকাৰ সৈতে হোৱা এক স্মৰণীয় কথা উল্লেখ কৰি অধ্যাপক চৌধুৰীয়ে শিল্পীগৰাকীৰ সৃষ্টিশীলতাৰ গভীৰতা আৰু অন্তহীন অনুসন্ধিৎসাৰ কথা স্মৰণ কৰে।

31/08/2026

🔴কিবা প্ৰকাৰে যদি আপুনি গ'ল্ড লোণত ফচি গৈছে কাষ্টমাৰৰ বহুত প্ৰব্লেম হৈছে তাৰপৰা সোণ ওলাবৰ কাৰণে
🔴আৰু মোৰপৰা যেতিয়া প‌ইচা লৈ ওলাই আনে মোক বহুত ধন্যবাদ জনায়
🔴গ'ল্ড এটা ইম'শ্ব্যন
পুৰণি গ'ল্ড আমি মেশ্বিনত টেষ্ট কৰি তাৰ বিশুদ্ধতাৰ ওপৰত আমি মাৰ্কেট প্ৰাইচ দিওঁ
🔴জিএছটি আমি নিজে দিওঁ কিন্তু আমি কাষ্টমাৰৰ পৰা নাকাটো
🔴ডিজিটেল প্লেটফৰ্মৰ পৰা আমাক কনটেক্ট কৰে তেতিয়া মানুহে গম পাই যে আমি অগ্ৰিম পেমেণ্ট কৰোঁ তেতিয়া মানুহে বহুত সকাহ পায়
🔴NSKF Gold Buyers ৰ প্ৰতিস্থাপক নয়ন ধৰৰ মন্তব্য

29/08/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মুকলি "জুবিন গাৰ্গ কলা কেন্দ্ৰ"।

ধনৰ অভাৱত কোনো প্ৰতিভা কেতিয়াও শিক্ষাৰ পৰা বঞ্চিত নোহোৱাৰ প্ৰচেষ্টাৰে এই বিশেষ পদক্ষেপ।

প্ৰাঞ্জল দাস আৰু ইমৰান হুছেইন নামৰ দুগৰাকী জুবিন অনুৰাগী যুৱকৰ প্ৰচেষ্টাত বামুনীমৈডামত শুভ উদ্বোধন কৰা হয় কেন্দ্ৰটোৰ।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে সংগীত পৰিচালক অজয় ফুকনে।

কেন্দ্ৰটোৰ মাত্ৰ ৯ টকাতে প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰিব নৃত্য, সংগীত, অভিনয়, মডেলিং, অংকন আদিকে ধৰি কেইবাটাও প্ৰশিক্ষণ।

অধিক তথ্যৰ বাবে 8723089450 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান প্ৰশিক্ষণ কেন্দ্ৰটোৰ কতৃপক্ষৰ।

১ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ পৰিব অ'লা, উবেৰ আৰু ৰেপিড'।
28/08/2026

১ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ পৰিব অ'লা, উবেৰ আৰু ৰেপিড'।

28/08/2026

আজি ৰাজীৱ ভৱনত নগাওঁ উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিলে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই ।
নগাঁও লোকসভা উপ নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ জয় নিশ্বিত ।
দলে প্ৰাৰ্থীত্ব যাকে নিদিয়ক আমাৰ দল জয়ী হবই।

Address

Anuradha Cine Complex , Bamunimaidan, Kamrup Metro
Gauhati
781021

Opening Hours

Monday 10am - 9pm
Tuesday 10am - 9pm
Wednesday 10am - 9pm
Thursday 10am - 9pm
Friday 10am - 9pm
Saturday 10am - 9pm
Sunday 10am - 9pm

Telephone

+918638773063

Website

Alerts

Be the first to know and let us send you an email when Star Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Star Assam:

Shortcuts

Share