15/08/2026
'পানী কমিছে কিন্তু এতিয়াৰ পৰিস্থিতি আৰু ভয়াৱহ। প্ৰথম আহোতে সাগৰ সদৃশ পৰিৱেশ,এতিয়া পলস,দুৰ্গন্ধ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো শিৱসাগৰত আগৰ পৰিস্থিতি ঘূৰি আহক'। শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত থিয় হৈ মন্তব্য হিমা দাসৰ। লগতে উপস্থিত থাকে অভিনেত্ৰী অনন্যা কাশ্যপ।