MyNews NE

MyNews NE Local, Vocal, Global
(9)

27/10/2025

🔴আজি ষঠ পূজা
🔴ইয়াকে লৈ কলিয়াবৰৰ বিভিন্ন স্থানত উখলমাখল পৰিৱেশ
🔴কলিয়াবৰৰ জখলাবন্ধা কেৰিবাকৰী দৃশ্য।মহা ধুমধামেৰে আয়োজন কৰা হৈছে ষঠ্ পূজা

27/10/2025

🔴জামুগুৰিহাটৰ তৌভঙাত আদৰ্শ নৱ যুৱক সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী ষট পূঁজা উদযাপন
🔴শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভক্তপ্ৰান ৰাইজৰ

27/10/2025

🔴চাপৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি কংগ্ৰেছৰ বিশাল বাইক ৰেলী
🔴প্ৰায় ৫০০ বাইকেৰে চাপৰৰ বহলপুৰৰ পৰা বিলাসীপাৰা লৈ আৰম্ভ কৰে এই বাইক ৰেলীৰ
🔴বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন

27/10/2025

🔴অভিযোগ আৰু বিতৰ্কৰ মাজত সোমাই পৰা বিকাশ অসমক বহিষ্কাৰ
🔴বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ বিকাশ অসমক

27/10/2025

🔴গুৰুত্বপুৰ্ণ এটা অস্ত্ৰোপচাৰৰ বাবে শৰ্যাসায়ী শৃংখল চলিহা ৷
🔴আজি সংবাদমেলৰ পুৰ্বে নিজ বাসগৃহৰ ওপৰ মহলাৰ পৰা সংবাদসেৱীৰ কাষলৈ নামি আহিল এনেদৰে
🔴সতীৰ্থৰ কান্ধত হাত থৈ এনেদৰে অসুস্থ দেহাৰে আহিল শৃংখল চলিহা

27/10/2025

🔴মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনা অসমত নিষিদ্ধ হ’ব পাৰে কোৱাৰ পাছতেই
🔴বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাৰ গৰ্জন
🔴থানাত থকা এটা ডকাইতো বীৰ লাচিত সেনাৰ সদস্য নহয়
🔴ৰন্টু পানীফুকনৰ গ্ৰেপ্তাৰ কৰাক লৈ সৰৱ শৃংখল চলিহা
🔴যদি অনতিপলমে এই সকলক মুকলি কৰি দিয়া নহ'য় তেন্তে কাইলৈৰ পৰা জংগী আন্দোলনৰ ভাবুকি দিয়ে চলিহাই

আমি যেনেকৈ কলকাতা,বেংগালুৰুত বিহু পাতো,ঠিক একেই তেওঁলোকে অসমত ষট পুজা পাতিছেঃ  কেন্দ্ৰীয মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
27/10/2025

আমি যেনেকৈ কলকাতা,বেংগালুৰুত বিহু পাতো,ঠিক একেই তেওঁলোকে অসমত ষট পুজা পাতিছেঃ কেন্দ্ৰীয মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

27/10/2025

🔴বিহাৰৰ দৰভংগা সমষ্টিৰ বিজেপি বিধায়কক ৰাইজে দিলে পহুখেদা
🔴চোৰ হয় চোৰ হয় বুলি কৈ পহুখেদা দিলে বিধায়ক গৰাকীক
🔴দৰভংগা সমষ্টিৰ বিজেপিৰ বিধায়ক গৰাকীৰ নাম ৰামচন্দ্ৰ প্ৰসাদ

27/10/2025

🔴জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান কেন্দ্ৰীয মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
🔴আমি দেখিছো অচিনাকি মানুহে তাত গৈ মূৰ্দাবাদ ধ্বনি দিছে
🔴ছয় জনগোষ্ঠী জনজাতিকৰণৰ বাবে চৰকাৰী নিতি নিয়ম অনুসৰি কাম আগবঢ়াই নি থকা হৈছে
🔴যোৰহাট ভোগদৈ নদীৰ জনতা ঘাটত ষঠ পুজা উদযাপনত উপস্থিত হৈ এই মন্তব্য কৰে কেন্দ্ৰীয মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

27/10/2025

🔴আমি ৰাইজৰ লগত, আমি গণতান্ত্ৰিক ব্যৱস্থাৰে চলা মানুহ
🔴যি ক'ব লাগে সংবাদমেলত কৈছো
🔴আৰক্ষীয়ে আটক কৰাৰ পিছত বীৰ লাচিত সেনাৰ নেতা ৰণ্টু পানীফুকনৰ মন্তব্য

27/10/2025

🔴এতিয়ালৈকে মুঠ ৮জনক গ্ৰেপ্তাৰ কৰা হৈছে
🔴ইয়াৰে ৫জন বীৰ লাচিত সেনাৰ সদস্য
🔴উদ্ধাৰ হোৱা ধনদাবী পত্ৰত বিকাশ অসমৰ চহী আছে
🔴বীৰ লাচিত সেনাৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত DCP মৃণাল ডেকাৰ মন্তব্য

27/10/2025

🛑সংবাদমেলৰ মাজতেই আটক ৰণ্টু পানীফুকনক
🛑মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ কৰাৰ হুংকাৰৰ পিছতেই আটক ৰণ্টু পানীফুকনক
🛑বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন

Address

My News NE, Niribili Path, Ghoramara
Gauhati
781028

Alerts

Be the first to know and let us send you an email when MyNews NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MyNews NE:

Share