Assam Live 365

Assam Live 365 'নতুন খবৰ, নতুন আশা"
প্ৰতিটো খবৰ বিশ্বাসৰ সৈতে Official page for Assam Live 365, the most viewed digital media channel in the Assam

31/08/2026
31/08/2026

📌পৰ্বতঝোৰাৰ ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথত দুখন ডাম্পাৰৰ মুখামুখী সংঘৰ্ষ
📌৮ ঘণ্টা আৱদ্ধ চালকক উদ্ধাৰ আৰক্ষী আৰু SDRF-ৰ

31/08/2026

📌ক্ষেত্ৰীৰ মৰ্মান্তিক পথ দুৰঘটনাত নিহতসকলৰ প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ
📌নিহত ৭ গৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা

31/08/2026

📌ৰাষ্ট্ৰীয় ঘাইপথৰ টোল সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য
📌ৰাজ্যৰ টোলগেট ব্যৱস্থা আৰু টোল সংগ্ৰহ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

31/08/2026

📌বাক্সাৰ থৈকৰাকুছিত শ্বহীদ সুমন স্বৰ্গীয়াৰী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি:
📌মৰণফান্দত পৰিণত ৩.৬০ কোটিটকীয়া পথ, বাহ পুতি ৰাইজৰ প্ৰতিবাদ

31/08/2026

গৌৰীপুৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ১৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন: বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ

31/08/2026

📌২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰহা টোলগেটৰ সমস্যা সমাধানৰ দাবীত ৰহাত প্ৰতিবাদী ধৰ্ণা
📌ধৰ্ণাস্থলীত উপায়ুক্তৰ উপস্থিতিত শীঘ্ৰে সমাধানৰ আশ্বাস

31/08/2026

📌ৰূপসীৰ গদাধৰ নদীত অবৈধ মাছ ধৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
📌সতৰ্ক কৰি ঘৰলৈ ওভতাই পঠিয়ালে দুই শতাধিক লোকক

Address

Bhetapara Chariali
Gauhati

Alerts

Be the first to know and let us send you an email when Assam Live 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Live 365:

Shortcuts

Share