Republic Axom

Republic Axom A News Portal With Vision Of Truth.

02/10/2021

ডাঙৰী ৰবতলি ৰাইজে আটক কৰিলে ড্ৰাগছ লৈ থকা অবস্থাত
আৰক্ষীয়ে কোনো কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ আছুৰ

01/10/2021

মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই As 23 BC 3278 নম্বৰৰ মেক্স গাড়ী খন লিডুৰ পৰা ডিগবৈৰ দিশে সৰবৰাহ কৰাৰ সময়ত জব্দ কৰিবলৈ সক্ষম হয়

30/09/2021

তিনিচুকীয়াৰ চান্দমাৰী চাহ বাগিছাৰ খেল পথাৰত তিনিচুকীয়া শিশু উন্নয়ন প্ৰকল্পৰ অধীনত অংগনৱাৰী কেন্দ্ৰৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়

23/07/2021

কামৰূপ জিলাৰ হাজোৰ বাগটাত নৱগঠিত ৰেনচা নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সদস্যসকলে দৰিদ্ৰ ,বিকলাংগ পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওলোকৰ বুজ লোৱাৰ লগতে কিছু পৰিমানে খাদ্যসামগ্ৰী আৰু আৰ্থিক সাহাৰ্য আগবঢ়ায় ।

04/07/2021

ৰাজনৈতিক সামাজিক অৰ্থনৈতিক
প্ৰতিটো শুদ্ধ খবৰৰ সৈতে আমি আপোনাৰ কাষত প্ৰথম সংবাদৰ লগতে সকলোতকৈ আগত আপোনালোকক জনাম খবৰৰ আঁৰৰ খবৰ প্ৰতিটো প্ৰান্তৰ খবৰ অসমৰ সংবাদ জগতত নৱতম বলিষ্ঠ সংযোজন ।
Republic অসম

22/06/2021

Requirement for news correspondent from every district.

21/06/2021

STAY TUNED...
COMING SOON!

Address

Hajo
Gauhati
781102

Telephone

+918486479347

Website

Alerts

Be the first to know and let us send you an email when Republic Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Republic Axom:

Share