AJ News Live

AJ News Live Official page of AJ News Live. Keep watching & stay connected for all news updates!

05/08/2026

ৰাইজ ৰাতি সাবধানে থাকিব
দৰং জিলাত আমাৰ গাওঁত পানী বহুত

05/08/2026

Flood

04/08/2026

এতিয়াৰে পৰা অকলশৰীয়া নহয় অখিল গগৈ! শিৱসাগৰত বানত অখিল গগৈৰ সৈতে একেলগে খোজ কাঢ়িলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

04/08/2026
03/08/2026

দ্বিতীয় দিনাও বান সাহায্য সংগ্ৰহত নামিল গৰিমা শইকীয়া গাৰ্গ। সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সেৱা লৈ আৰম্ভ কৰিলে বান সাহায্য সংগ্ৰহ কাৰ্যসূচী। প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰে উজনিৰ বন্যাৰ্তসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাজপথলৈ ওলাই আহিল সুৰ বাহিনী।

02/08/2026

জুবিন গাৰ্গ নাই গতিকে গৰিমাই পালন কৰিলে দায়িত্ব! বন্যাক্ৰান্তৰ বাবে পথে পথে সাহায্য সংগ্ৰহ গৰিমাৰ। বানে ক্ষতি কৰা লোকৰ বাবে ওলাই আহিছে গৰিমা

02/08/2026

বানৰ কৰুণ পৰিস্থিতিৰ মাজতো মানৱতাৰ এক সুন্দৰ নিদৰ্শন। অসহায় এজন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গ’ল সু-হৃদয়বান দুজন যুৱকে

02/08/2026

দুখতো জুবিন, সুখতো জুবিন। নাই ক’ত জুবিন গাৰ্গ? বান সাহায্য দিবলৈ যোৱা লোকক এনেদৰে মায়াবিনী গাই শুনালে কণমানিটিয়ে।

‘মইতো জীৱনত কেতিয়াও ‘বালক মিঠাতেল’ বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলিনে বাৰু?’-হাত...
02/08/2026

‘মইতো জীৱনত কেতিয়াও ‘বালক মিঠাতেল’ বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলিনে বাৰু?’-হাতত বালক মিঠাতেলৰ পেকেট লৈ এইদৰে প্ৰশ্ন কৰিলে অখিল গগৈয়ে।

01/08/2026

দুখতো জুবিন, সুখতো জুবিন। নাই ক’ত জুবিন গাৰ্গ? বান সাহায্য দিবলৈ যোৱা লোকক এনেদৰে মায়াবিনী গাই শুনালে কণমানিটিয়ে।

Address

Gauhati

Telephone

+917002197671

Website

Alerts

Be the first to know and let us send you an email when AJ News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AJ News Live:

Shortcuts

Share