Axom 18 Northeast

Axom 18 Northeast Media/News Company

নগাঁও লোকসভাৰ উপ নির্বাচনক লৈ তৎপৰ AIUDF দলAIUDF প্রধান বদৰুদ্দিন আজমলৰ নিদের্শ মর্মে কাইলৈ নগাঁও লোকসভাৰ নিৰ্বাচনক লৈ দ...
11/06/2026

নগাঁও লোকসভাৰ উপ নির্বাচনক লৈ তৎপৰ AIUDF দল

AIUDF প্রধান বদৰুদ্দিন আজমলৰ নিদের্শ মর্মে কাইলৈ নগাঁও লোকসভাৰ নিৰ্বাচনক লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক

All India United Democratic Front - AIUDF Rejaul Karim Sarkar , Ex-President of AAMSU Maulana Badruddin Ajmal

  📍দেশৰ ৰাজধানী কঁপালে ককৰ'চ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ মূল দাবী। উত্তপ্ত পৰিস্থিতি দিল্লীৰ যন্তৰ মন্তৰ।    ...
06/06/2026


📍দেশৰ ৰাজধানী কঁপালে ককৰ'চ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ মূল দাবী। উত্তপ্ত পৰিস্থিতি দিল্লীৰ যন্তৰ মন্তৰ।
Axom 18 Northeast

📍শ্বিলঙত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণক লৈ বহু পথ বন্ধৰ নিদেৰ্শনা তীব্ৰ যান-জঁটৰ ফলত মাজবাটতে আৱদ্ধ হৈ হাৰাশাস্তি ভোগ কৰি...
04/06/2026

📍শ্বিলঙত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণক লৈ বহু পথ বন্ধৰ নিদেৰ্শনা

তীব্ৰ যান-জঁটৰ ফলত মাজবাটতে আৱদ্ধ হৈ হাৰাশাস্তি ভোগ কৰিলে একাংশ যাত্ৰীয়ে

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰস্তুতি সভা।
03/06/2026

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন প্ৰস্তুতি সভা।


📍মিঞাই তেজ বিক্ৰী কৰি হ'লেও নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ আহ্বান AIUDF দল'ৰ সক্ৰিয় কৰ্মী জাহিৰ-উল ইছলাম (জুৱে...
02/06/2026

📍মিঞাই তেজ বিক্ৰী কৰি হ'লেও
নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ আহ্বান
AIUDF দল'ৰ সক্ৰিয় কৰ্মী জাহিৰ-উল ইছলাম (জুৱেল)ৰ।
Zaheer-ul Islam Zuweel Maulana Badruddin Ajmal All India United Democratic Front - AIUDF

29/05/2026
গৌৰীপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে।
29/05/2026

গৌৰীপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে।

ৰাইজৰ মতামত বিচাৰিছোঁ।    Rejaul Karim Sarkar , Ex-President of AAMSU
19/05/2026

ৰাইজৰ মতামত বিচাৰিছোঁ।

Rejaul Karim Sarkar , Ex-President of AAMSU

Address

Guwahati Hatigaon
Gauhati
781038

Alerts

Be the first to know and let us send you an email when Axom 18 Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom 18 Northeast:

Share